Category: Assamese News

সুৰা সেৱনত শীৰ্ষস্থান দখল কৰিছে অসমৰ নাৰীয়ে

সুৰা সেৱনত শীৰ্ষস্থান দখল কৰিছে অসমৰ নাৰীয়ে

সুৰা সেৱনত প্ৰথম অৰুণাচলৰ নাৰী আৰু তৃতীয় স্থানত অসমৰ নাৰী পিছে পুৰুষৰ শিতানত প্ৰথম ৫খনৰ ভিতৰত নাই অসম National Health and Family Survey ত প্ৰকাশ পাইছে এই তথ্য ১৫ৰ পৰা ৪৯বছৰৰ কেৱল ১ শতাংশ নাৰীয়ে মদ্যপান কৰে বিপৰীতে ২২ শতাংশ পুৰুষে সেই কাম কৰে অৰুণাচলত প্ৰদেশত দেশৰ ভিতৰতে সৰ্বাধিক মহিলাই

চাঙ্কি পাণ্ডেৰ কৌতুক শুনি ফাৰাহ খানে ক’লে- ‘প্ৰথমে নিজৰ ছোৱালীক চম্ভালিবলৈ শিকা’

চাঙ্কি পাণ্ডেৰ কৌতুক শুনি ফাৰাহ খানে ক’লে- ‘প্ৰথমে নিজৰ ছোৱালীক চম্ভালিবলৈ শিকা’

‘মাম্মা মিয়াঁ, আই এম জকিং’ এই সংলাপটো শুনি লে সকলো চিনেমা প্ৰেমীৰে আখৰী পাস্তাৰ চৰিত্ৰটোলৈ মনত পৰে। এই চৰিত্ৰটোত অভিনেতা চাঙ্কি পাণ্ডেই অভিনয় কৰিছে। হাউচফুল চিনেমাখনৰ তেওঁৰ এই চৰিত্ৰ আৰু তেওঁৰ সংলাপ যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। কিন্তু এই ধেমেলীয়া সংলাপবোৰ কোৱা চাঙ্কি পাণ্ডেক উপহাস কৰাটো বাস্তৱ জীৱনত অভূতপূৰ্ব হৈ পৰিছে। কাৰণটো

গুৱাহাটীত ২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰল পাম্প

গুৱাহাটীত ২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰল পাম্প

কাইলৈ পুৱা ৫ বজাৰ পৰা ১৪ মে’ৰ পুৱা ৫ বজালৈ গুৱাহাটীৰ পেট্র’ল পাম্পসমূহ বন্ধ থাকিব৷ এই বন্ধৰ আহ্বান জনাইছে নর্থ ইষ্ট ইণ্ডিয়া পেট্রোলিয়াম ডিলার্ছ এছ’চিয়েছনৰ গ্রেটাৰ গুৱাহাটী ইউনিটে৷ এছ’চিয়েছনৰ সভাপতি ৰাজীৱ গোস্বামীয়ে কয় যে বিগত ৩–৪ বছৰ ধৰি অইল কোম্পানীসমূহে পৰিবহণকাৰী সন্থা আৰু মজদুৰ ইউনিয়নৰ লগত গোপন বুজাবুজি কৰি বে–আইনীভাৱে

গোসাঁইগাঁৱত আমছুৰ তীব্ৰ প্ৰতিবাদ !

গোসাঁইগাঁৱত আমছুৰ তীব্ৰ প্ৰতিবাদ !

গোসাঁইগাঁৱত আমছুৰ তীব্ৰ প্ৰতিবাদ ।মূল্যবৃদ্ধিৰ প্ৰতিবাদত ২ ঘণ্টা অৱস্থান ধৰ্মঘট । পশ্চিম কোকৰাঝাৰ জিলাৰ উদ্যোগত গোসাঁইগাঁৱত আমছুৰ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। দ্ৰব্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত এই কাৰ্যসূচী। মূল্যবৃদ্ধিৰ প্ৰতিবাদত উত্তাল গোসাঁইগাঁও মহকুমাধিপতিৰ কাৰ্যালয় । দিনৰ ১১ বজাৰ পৰা ১ বজালৈ অৱস্থান ধৰ্মঘট । দ্ৰব্য মূল্য ৰোধ কৰক, ভাৰত

বৈবাহিক ধৰ্ষণ অপৰাধ হয় নে? দিল্লী উচ্চ ন্যায়ালয়ে কি ক’লে?

বৈবাহিক ধৰ্ষণ অপৰাধ হয় নে? দিল্লী উচ্চ ন্যায়ালয়ে কি ক’লে?

বৈবাহিক ধৰ্ষণ অপৰাধ হয় নে নহয়, ইয়াকে লৈ দিল্লী উচ্চ ন্যায়ালয়ে (Delhi High Court) কোনো সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে। উচ্চ ন্যায়ালয়খনৰ দুই ন্যায়াধীশৰ বিচাৰপীঠে বৈবাহিক ধৰ্ষণৰ ওপৰত পৃথক ৰায় দিয়ে। এনে পৰিপ্ৰেক্ষিতত এই বিষয়টোৰ ওপৰত কোনো নিৰ্দিষ্ট মত পোৱা নগ’ল। ন্যায়াধীশ ৰাজীৱ শাকধৰে (Justice Rajiv Shakdher) বৈবাহিক ধৰ্ষণক অপৰাধ বুলি