Category: Assamese News

কোনে গুলীয়াই হত্যা কৰিলে অৱদেশ যাদৱক?

কোনে গুলীয়াই হত্যা কৰিলে অৱদেশ যাদৱক?

মহানগৰীত দুৰ্বৃত্তৰ গুলীত আহত ব্যৱসায়ীজনৰ অৱশেষত মৃত্যু হয়। এইপৰ্যন্ত অপৰাধীৰ কোনো সন্ধান লাভ কৰা নাই যদিও আৰক্ষীৰ তদন্ত অব্যাহত আছে। পৰিয়ালৰ সন্দেহ, ডব্লিউ যাদৱ নামৰ বিহাৰৰ এজন ব্যক্তিয়ে চুপাৰি কিলাৰ লগাই অৱদেশ যাদৱক হত্যা কৰিছে। বিহাৰৰ সমষ্টিপুৰ জিলাৰ চিমৰা গাঁৱত ঘৰত যাদৱৰ। উল্লেখযোগ্য যে ৫ বছৰ পূৰ্বে অৱদেশ যাদৱৰ আন এজন ভাতৃক

চেনা বিক্ৰী পৰিয়াল চলোৱা হালোৱাটিঙৰ আহুগ্ৰাণ্টৰ  এজন স্বাৱলম্বী লোক-ৰঞ্জিত মালাকাৰ

চেনা বিক্ৰী পৰিয়াল চলোৱা হালোৱাটিঙৰ আহুগ্ৰাণ্টৰ এজন স্বাৱলম্বী লোক-ৰঞ্জিত মালাকাৰ

আমাৰ অসমীয়াত এষাৰ কথা আছে-কৰ্মই ধৰ্ম।কৰ্ম নকৰিলে কোনেও চলিব নোৱাৰে।আমি জীৱনত কৃতকাৰ্যতা লাভ কৰিবলৈ হলে আমি নিজৰ কৰ্ম কৰিবই লাগিব।নিজ কৰ্মৰ বলত বহুলোক জনসমাজৰ মাজত আজিও জিলিকি আছে।আমাৰ সমাজত এনে লোক আছে যি লোকৰ ওপৰত নিৰ্ভৰ নকৰি নিজ কৰ্মৰ বলত জীয়াই আছে।তেনে এজন ব্যক্তি হল শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহ চক্ৰৰ

দুধনৈত ১৭  নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনাঃ বঙাইগাঁৱৰ পাচনীয়াত শোকস্তব্ধ পৰিয়ালৰ লোকৰ প্ৰতিক্ৰিয়া

দুধনৈত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনাঃ বঙাইগাঁৱৰ পাচনীয়াত শোকস্তব্ধ পৰিয়ালৰ লোকৰ প্ৰতিক্ৰিয়া

যোৱানিশা দুধনৈ থানাৰ অন্তৰ্গত চৰাইমাৰী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ জানিব পৰা মতে নিশা প্ৰায় ৭.৩০ বজাত বৰঝাৰ বিমান বন্দৰৰ পৰা গোৱালপাৰা অভিমুখে আহি থকা এখন মাৰুতি অল্ট’ৱে(AS 01 BR 3017 ) কুৱলীয়ে আৱৰি ধৰা পথৰ কাষত ৰখাই থোৱা এখন সংকেতবিহীন ট্ৰাকত(AS 18 3323

খটখটি আৰক্ষী আৰু চি.আৰ.পি.এফৰ যুটীয়া অভিযানত জব্দ মাৰাত্মক ট্ৰামাডল পাউদাৰ

খটখটি আৰক্ষী আৰু চি.আৰ.পি.এফৰ যুটীয়া অভিযানত জব্দ মাৰাত্মক ট্ৰামাডল পাউদাৰ

বোকাজান মহকুমাৰ অন্তৰ্গত খটখটিত পুৱাই উদ্ধাৰ নিচাযুক্ত ট্ৰামাডল পাউদাৰ এক গোপন খবৰ অনুসৰি খটখটি আৰক্ষী আৰু CRPFৰ যুটীয়া অভিযানত জব্দ উক্ত নিচাজাতীয় দ্ৰব্য মৈৰাবাৰীৰ পৰা ডিমাপুৰ অভিমুখী এখন যাত্ৰীবাহী বাছৰ পৰা উদ্ধাৰ হৈছে উক্ত নিচাজাতীয় দ্ৰব্য সমূহ। বাছখনৰ নম্বৰ AS-02-AC-8750 বাছখনত তালাচী চলাই তিনি পেকেট সন্দেহযুক্ত ট্ৰামাডল পাউদাৰ উদ্ধাৰ কৰে

আলফা(স্বা)লৈ গুৱাহাটীৰ উজানবজাৰ খাৰঘুলিৰ দুই যুৱতী

আলফা(স্বা)লৈ গুৱাহাটীৰ উজানবজাৰ খাৰঘুলিৰ দুই যুৱতী

সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফা(স্বা) আৰু চৰকাৰৰ শান্তি আলোচনাৰ চৰ্চা অব্যাহত থকা সময়তে এইবাৰ আলফা(স্বা)ত যোগদান দুগৰাকী যুৱতীৰ!গুৱাহাটীৰ দুই যুৱতী আলফা(স্বা)ত যোগদান কৰাৰ কথা বৃহস্পতিবাৰে পোহৰলৈ আহিছে।প্ৰাপ্ত খবৰ অনুসৰি আলফাত যোগ দিয়াৰ সন্দেহ কৰা যুৱতী দুগৰাকী খাৰঘুলি জয়পুৰৰ ক্ৰমে স্বৰস্বতী দাস আৰু ৰুমী ডেকা বুলি জানিব পৰা গৈছে। গুৰুত্বপূৰ্ণ কথা