শিৱানী দাণ্ডেকাৰে শেহতীয়াকৈ আপলোড কৰা কেইখনমান ফটোৱে খলকনি তুলিছে সামাজিক মাধ্যমত ৷ ফটো দেখি নেটিজেনে অনুমান কৰিছে শিৱানী আৰু ফাৰহান ইতিমধ্যেই সাজু হৈছে তেওঁলোকৰ প্ৰথম সন্তানক আদৰিবলৈ ! উৰাবাতৰিত অতিষ্ঠ হৈ অৱশেষত মুখ খুলিলে শিৱানীয়ে (Shibani on pregnancy rumours) ৷ বুধবাৰে এটা টিউব টপ আৰু শ্বৰ্ট্ছ পিন্ধি নেটিজেনলৈ বুলি এটা
Category: Assamese News
গুৱাহাটী, ২৬ ফেব্ৰুৱাৰীঃ অসম এথলেটিকছ সন্থাৰ উদ্যোগত চলিত বৰ্ষৰ ৮-১১ মাৰ্চলৈ গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৪২ সংখ্যক আন্তঃজিলা জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা। এই প্ৰতিযোগিতা ল’ৰা-ছোৱালী উভয় শাখাত অনূৰ্ধ্ব ১৪, অনূৰ্ধ্ব ১৬, অনূৰ্ধ্ব ১৮, অনূৰ্ধ্ব ২০ আৰু পুৰুষ-মহিলাৰ ছিনিয়ৰ শাখাত অনুষ্ঠিত হ’ব। অনূৰ্ধ্ব ১৪ শাখাৰ ইভেন্ট
কাজিৰঙালৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। ৰাষ্ট্ৰপতিগৰাকীৰ আগমনক লৈ বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ পৰা জিলা প্ৰশাসন সষ্টম হৈ পৰা দেখা গৈছে। প্ৰধান মুখ্য বন সংৰক্ষক(বন্যপ্ৰাণী) এম কে যাদৱে সদৰী কৰা অনুসৰি অহা ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত কাজিৰঙাৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিবেশ উপভোগ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। অহা ২৬ ফ্ৰেব্ৰুৱাৰীৰ বিয়লি কাজিৰঙাত উপস্থিত
বিনায়া প্ৰধানে কিলি পলৰ সৈতে ফটো শ্বেয়াৰ কৰি লিখিছিল, “আজি তাঞ্জানিয়াত ভাৰতীয় উচ্চআয়োগৰ কাৰ্যালয়লৈ এজন বিশেষ অতিথি আহিছিল। তাঞ্জানিয়াৰ বিখ্যাত শিল্পী কিলি পলে তেওঁৰ বহুতো ভিডিঅ’ত বলীউডৰ বহুতো গানৰ সৈতে লিপ-চিং কৰি ভাৰতৰ লাখ লাখ লোকৰ হৃদয় জয় কৰিছে। বিনায়াই দুখন ফটো শ্বেয়াৰ কৰিছে, প্ৰথমখনত তেওঁলোকে কিলিক সন্মান জনোৱা দেখা
জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া (Barsha Rani Bishaya) আৰু ভাস্কৰ বৰুৱা (Bhaskar Baruah)ৰ বিবাহে আজি এবছৰ সম্পূৰ্ণ কৰিলে। আজি দুয়োজনৰ বিয়াৰ প্ৰথম বাৰ্ষিকী। ২০২১ চনৰ আজিৰ দিনটোতেই বিবাহপাশত আবদ্ধ হৈছিল বৰষা আৰু ভাস্কৰ। বৰষা-ভাস্কৰৰ এনিভাৰছেৰী ডেষ্টিনেচন হৈছে গোৱা। গোৱাৰ পৰা ফটো শ্বেয়াৰ কৰিছে বৰষাই। (image-FB/Barsha Rani Bishaya) বিবাবহ বাৰ্ষিকীৰ