সৌন্দৰ্য প্ৰতিযোগিতাত পিছপৰি থকা নাই অসম। গোৱাত THE GLAMOROUS ষ্টুডিঅ’ৰ উদ্যোগত অনুষ্ঠিত হোৱা ২০২২ বৰ্ষৰ MR. MISS AND MRS প্ৰতিযোগিতাত MRS INDIA হিচাপে শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰি অসমৰ নাম উজলাবলৈ সক্ষম হয় অসমৰ মহিলা গংগা চৌধুৰীয়ে। বৰঝাৰ বিমানবন্দৰৰ সমীপৰ ভি.আই. পি চ’কৰ পংকজ চৌধুৰীৰ পত্নী গংগা চৌধুৰীয়ে MRS INDIA হিচাপে
Category: Assamese News
কোকৰাঝাৰ জিলাৰ মহামায়া সংৰক্ষিত বনাঞ্চল আৰু গুমা সংৰক্ষিত বনাঞ্চলৰ চাৰি নম্বৰ পাৰ্টৰ কালাবাগানত আৰক্ষীয়ে সোমবাৰে নিশা অভিযান চলাই বৃহৎ পৰিমানৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। উদ্ধাৰকৃত মাৰাণাস্ত্ৰখিনি মূলসুঁতিলৈ অহা এনডিএফবি সংগঠনৰ আছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। জিলাখনত বিপুল পৰিমাণৰ অস্ত্ৰ উদ্ধাৰৰ পিছত মঙলবাৰে বিয়লি কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক
দীৰ্ঘদিন ধৰি ৰাজ্যত বাহৰ পাতি থকা দুধৰ্ষ মাওবাদী কেদাৰ অৰুণ কুমাৰ ভট্টাচাৰ্য্য ওৰফে কাঞ্চন দা ওৰফে জ্যোতিষ ওৰফে কনক(৭২) অসম শেহতীয়াকৈ আৰক্ষীৰ জালত পৰে। আৰক্ষীৰ এক বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য মতে, ধৃত দুধৰ্ষ কেদাৰ মাওবাদীৰ কেন্দ্ৰীয় কমিটিৰ সদস্য অৰুণ কুমাৰ ভট্টাচাৰ্য্যই ২০১৯ চনৰ পৰা বৰাক উপত্যকাত বাহৰ পাতি অসমত
দেওবাৰে পুৱা ভাৰত বনাম পাকিস্তানৰ মাজত ক্ৰিকেট মেচ। ভাৰতে আজিলৈকে বিশ্বকাপৰ ৫০ অভাৰৰ ফৰ্মেটত পাকিস্তানৰ হাতত পৰাস্ত হোৱা নাই। সেয়া মহিলা ক্ৰিকেটেই হওক বা পুৰুষেই হওক। দেওবাৰে মহিলা বিশ্বকাপ প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰি মিতালী ৰাজ এণ্ড কোম্পানীয়ে বেটিং আৰু বলিং দুয়োটা বিভাগতে আধিপত্য বজাই ৰাখিবলৈ সক্ষম হৈছে। পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন
সহকৰ্মীৰ সৈতে কাজিয়া, আৰু তাৰ পিছত মাৰণাস্ত্ৰেৰ ধাৰাসাৰ গুলীবৰ্ষণ। এই ঘটনা সংঘটিত হ’ল অমৃতসৰত। সহকৰ্মীৰ গুলীত মৃত্যু হ’ল ৫জন বি এছ এফ জোৱানৰ। দেওবাৰে পুৱা এই ঘটনা সংঘটিত হয় পঞ্জাবৰ অমতসৰৰ খাসা গাঁৱত। জানিব পৰা মতে, এই ঘটনাত আহত হৈছে আন কেইবাজনো জোৱান। আক্ৰমণকাৰী বিএছএফ জোৱানজনৰো মৃত্যু হৈছে। খাসাৰ বিএছএফ