অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ (Riyan Parag)ক কিনিলে ৰাজস্থান ৰয়েলছে। ৩.৮ কোটি টকাত ৰাজস্থান ৰয়েলছে কিনিলে ৰিয়ান ৰিয়ানৰ বাবে ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছৰ মাজত হৈছিল টনাটনি। অসমৰ পৰা IPLত অংশ লোৱা একমাত্ৰ খেলুৱৈ হৈছে ৰিয়ান পৰাগ। এতিয়ালৈ ৪ খন আইপিএলত অংশ লোৱা ৰিয়ান পৰাগে এতিয়ালৈ কেৱল ৰাজস্থান ৰয়েলছৰ হৈ খেলি আছে। ২০১৯
Category: Assamese News
ৰাজ্যৰ পৌৰ নিৰ্বাচনৰ দিন ঘোষণা।ৰাজ্যিক নিৰ্বাচনী আয়োগে সংবাদমেলৰ যোগে ঘোষণা কৰে নিৰ্বাচনৰ দিন।অহা ৬মাৰ্চত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হ’ব ৯মাৰ্চত।উল্লেখ্য যে ,প্ৰথমবাৰৰ বাবে ইলেক্ট্ৰনিক ভোটিং মেচিনত চমুকৈ ইভিএমত পৌৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।পূৰ্বতে বেলট পেপাৰৰ জৰিয়তে অনুষ্ঠিত হৈছিল পৌৰ সভা নিৰ্বাচন। নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি ৪০খন পৌৰ
উজনি অসমৰ বহু যুৱক-যুৱতী শেহতীয়াকৈ বিদ্ৰোহী সংগঠনৰ আলফা স্বাধীনৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছে । ইতিমধ্যে বিভিন্ন জিলাৰ যুৱক-যুৱতীয়ে আলফা স্বাধীনত যোগদান দিছে । পুনৰ তিনিচুকীয়াৰ পৰা চাৰিজন যুৱক আলফা স্বাধীনলৈ বুলি যাত্ৰা কৰে । অৱশ্যে যাত্ৰা পথতে ভাৰতীয় সেনাই আটক কৰে যুৱককেইজনক। বিশেষ খবৰৰ ভিত্তিত মাকুমৰ পৰা সেনাই আটক
বিগত ২২ জানুৱাৰীত নগাঁও আৰক্ষীৰ গুলীত আহত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰ নেতাজনৰ পৰিয়ালৰ লোকে। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ নেতৃত্বত গঠিত এজনীয়া তদন্ত কমিটিয়ে প্ৰস্তুত কৰা
টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় সমিতিয়ে মঙলবাৰে আনুষ্ঠানিক শপত গ্ৰহণ কৰে।যোৰহাট হোলোঙাপাৰা জাতীয় বীৰ লাচিত বৰফুকন মৈদামৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় শপতগ্ৰহণ অনুষ্ঠান।শপত গ্ৰহণৰ পূৰ্বে জাতীয় বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় নেতৃত্বই।উল্লেখ্য যে গাম্ভীৰ্যপূৰ্ণ শপত গ্ৰহণ অনুষ্ঠানত শপত বাক্য পাঠ কৰোৱাই আটাছুৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক