Category: Assamese News

চলমান খান-কেটৰিনা কাইফৰ টাইগাৰ ৩ ৰ টিজাৰ Out , ২০২৩ৰ ঈদত মুক্তি পাব বহু প্ৰত্যাশিত চিনেমাখন

চলমান খান-কেটৰিনা কাইফৰ টাইগাৰ ৩ ৰ টিজাৰ Out , ২০২৩ৰ ঈদত মুক্তি পাব বহু প্ৰত্যাশিত চিনেমাখন

আপুনি চলমান খানৰ (Salman Khan) নতুন ছবি ‘টাইগাৰ ৩’ৰ (Tiger 3) মুক্তিৰ তাৰিখৰ বাবে অপেক্ষা কৰি আছিলনে? গতিকে এই খবৰটোৱে আপোনাৰ মুখত হাঁহি আনিব পাৰে। যশ ৰাজ ফিল্মছে (Yash Raj Films) চলমান খান আৰু কেটৰিনা কাইফৰ (Katrina Kaif) চলচ্চিত্ৰ টাইগাৰ ৩ ৰ টিজাৰ মুকলি কৰিছে। চলমান খান আৰু কেটৰিনা কাইফৰ দীঘলীয়া অপেক্ষাৰ সৈতে

১৬ মাৰ্চৰ পূৰ্বে ১২ টকা পৰ্যন্ত বাঢ়িব পাৰে পেট্ৰ’ল-ডিজেলৰ দাম, তেল কোম্পানীৰ হৈ আছে লোকচান

১৬ মাৰ্চৰ পূৰ্বে ১২ টকা পৰ্যন্ত বাঢ়িব পাৰে পেট্ৰ’ল-ডিজেলৰ দাম, তেল কোম্পানীৰ হৈ আছে লোকচান

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি হৈছে। ইমানৰ পিছতো পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে চাৰিমাহ ধৰি ভাৰতীয় বজাৰত পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি হোৱা নাই। ICICI চিকিউৰিটিজে এক প্ৰতিবেদনত কৈছে যে, যোৱা দুমাহত বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ ফলত চৰকাৰৰ মালিকানাধীন খুচুৰা তেল কোম্পানীবোৰ বৃহৎ লোকচানৰ সন্মুখীন হৈছে। ঘৰুৱা

বৰপেটাত পৰা আটক পাঁচ সন্ত্ৰাসবাদী

বৰপেটাত পৰা আটক পাঁচ সন্ত্ৰাসবাদী

পুনৰ পোহৰলৈ আহিছে সন্ত্ৰাসবাদী সংগঠনৰ সদস্যৰ আটকৰ ঘটনা ৷ বিগত কিছুদিন ধৰি এই বিষয়টো সংবাদ মাধ্যমৰ পৰা আঁতৰত আছিল ৷ কিন্তু পুনৰ ৰাজ্যত শিপাইছে সন্ত্ৰাসবাদী সংগঠন ৷ চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অসম আৰক্ষীৰ বিশেষ শাখাই বৰপেটা আৰক্ষীৰ সহযোগত শুকুৰবাৰে নিশা চলাই এক অভিযান ৷ এই অভিযান কালতে বৰপেটাৰ

বিধায়ক আৱাসত নিৰ্মাণ কৰা হৈছে অত্যাধুনিক জিম, টি-কফি বাৰ!

বিধায়ক আৱাসত নিৰ্মাণ কৰা হৈছে অত্যাধুনিক জিম, টি-কফি বাৰ!

বিধায়ক হৈ আহি বদৰুদ্দিন আজমল পুত্ৰ আব্দুৰ ৰহিম আজমলে বিধায়ক আৱাস চৌহদত বিচাৰিছিল জীম, ছুইমিং পুল ৷ সেয়া আছিল চতুৰ্দশ বিধানসভাৰ কথা ৷ পঞ্চদশ বিধানসভাত আজমল পুত্ৰ নাথাকিলেও বিধায়ক আৱাসৰ চৌহদত নিৰ্মাণ কৰিবলৈ লোৱা হৈছে অত্যাধুনিক জীম আৰু টি কফি বাৰ ৷ আৰু কেতবোৰ পৰিৱৰ্তনো হ’বলৈ গৈ আছে বিধায়ক আৱাসৰ

বিধায়কৰ সৰলতা: চিকিৎসালয়ত সাধাৰণ লোকৰ দৰে অপেক্ষা

বিধায়কৰ সৰলতা: চিকিৎসালয়ত সাধাৰণ লোকৰ দৰে অপেক্ষা

  নিজৰ ক্ষমতা দেখুৱাই মন্ত্ৰী-বিধায়কে বিভিন্ন স্থানত নিয়ম ভংগ কৰাটো ডাঙৰ কথা নহয়। বিশেষকৈ ভিআইপিৰ সুবিধা লৈ চিকিৎসালয় বা আন স্থানত প্ৰায়েই শাৰী ভংগ কৰে ৰাজনৈতিক নেতাসকলে। কিন্তু, ব্যতিক্ৰম অসমৰ এজন বিধায়ক। তেওঁ তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী। দৈমাৰীৰ কেইবাখনো ফটোৱে ইতিমধ্যে চৰ্চা লাভ কৰিছে। ফটোত এখন চিকিৎসালয়ত সাধাৰণ ৰোগীসকলৰ সৈতে