Category: Assamese News

আৰ্টিষ্ট গীল্ডৰ বেণু মিশ্ৰ সোঁৱৰণী NRL বঁটা প্ৰদান শিল্পী ৰবিৰাম ব্ৰহ্ম, মন্টু দাসলৈ

আৰ্টিষ্ট গীল্ডৰ বেণু মিশ্ৰ সোঁৱৰণী NRL বঁটা প্ৰদান শিল্পী ৰবিৰাম ব্ৰহ্ম, মন্টু দাসলৈ

গুৱাহাটী আৰ্টিষ্ট গীল্ডে নুমলীগড় শোধানাগাৰ চমুকৈ এন আৰ এলৰ সহযোগত আগবঢ়াই অহা শিল্পী বেণু মিশ্ৰ সোঁৱৰণী বঁটা-২০২২লৈ নিৰ্বাচিত কৰিছে দুগৰাকী শিল্পীক।জ্যেষ্ঠ শিল্পী ৰবিৰাম ব্ৰহ্ম আৰু উদীয়মান শিল্পী মন্টু দাসক প্ৰদান কৰিব এইবাৰ এই বঁটা।মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সাধাৰণ সম্পাদক  কিশোৰ কুমাৰ

কোন হ’ব মাজুলী উপ নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ প্ৰাৰ্থী?

কোন হ’ব মাজুলী উপ নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ প্ৰাৰ্থী?

বহু জল্পনা কল্পনাৰ পিছত দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে মাজুলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ৷ মাজুলীৰ দিন ঘোষণাৰ পিছতে এতিয়া শাসক-বিৰোধীয়ে আৰম্ভ কৰিছে মাজুলীৰ প্ৰাৰ্থীত্ব প্ৰদানৰ অংক ৷ ৭ মাৰ্চত মাজুলী সমষ্টিৰ উপ-নিৰ্বাচন ৷ কোন হ’ব সৰ্বানন্দ সোণোৱালৰ উত্তৰসুৰী? এতিয়া এয়াই চৰ্চা সৰ্বত্ৰ ৷ শনিবাৰে দেশৰ নিৰ্বাচন আয়োগে ঘোষণা

বিহুৰ চান্দা বন্ধ কৰাটো মানি লোৱা নহ’ব; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে চান্দা বীৰ- অখিল গগৈ

বিহুৰ চান্দা বন্ধ কৰাটো মানি লোৱা নহ’ব; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে চান্দা বীৰ- অখিল গগৈ

বিহুৰ চান্দা (Bihu Donation)ক লৈ চৰকাৰৰ ঘোষণাক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi)। বলপূৰ্বক চান্দাৰ সকলো বিৰোধী, কিন্তু অসমীয়াৰ হিয়াৰ আমঠু বিহুক লৈ ৰজাঘৰীয়া নিৰ্দেশনা কোনোপধ্যে মানি লোৱা নহ’ব বুলি বিধায়ক গৰাকীয়ে স্পষ্ট কৰি দিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ক চান্দা বীৰ বুলি

অহা বছৰৰ পৰা বিহু মঞ্চত কিয় গীত পৰিৱেশন নকৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে!

অহা বছৰৰ পৰা বিহু মঞ্চত কিয় গীত পৰিৱেশন নকৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে!

বিহুমঞ্চত আৰু জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক দেখিবলৈ পোৱা নাযাব নেকি? বৰ্তমান সেই প্ৰশ্নই উদ্বিগ্ন কৰি তুলিছে বহুতকে। কাৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ চান্দা সংগ্ৰহ কৰি অনুষ্ঠান পতাৰ পৰা বিৰত থাকিবলৈ সকলোকে আহ্বান জনোৱাৰ পিছতে অহা বছৰৰ পৰা বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন নকৰাৰ কথা ঘোষণা কৰিছে জুবিন গাৰ্গে। অসমৰ

কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু নাই

কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু নাই

কোৰোণাই কাঢ়ি নিলে আন এগৰাকী নক্ষত্ৰক। ভাৰতীয় সংগীত জগতত অপূৰণীয় ক্ষতি। কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু নাই। ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে লতা মংগেশকাৰে। মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত অন্তিম নিশ্বাস ত্যাগ কৰে গায়িকাগৰাকীয়ে। শেহতীয়াকৈ আইচিইউৰ পৰা স্থানান্তৰ কৰা হৈছিল তেওঁক। আজি পুৱাৰে পৰা পুনৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু