Advertisement

Category: Assamese News

‘দি কাশ্মীৰ ফাইলছ’ সকলোৱে চাব লাগে যদি YouTubeত আপলোড কৰি দিয়ক, কৰ মুক্ত কৰাক লৈ কেজৰিৱালৰ প্ৰত্যাক্ৰমণ

দেশৰ চৌদিশে দি কাশ্মীৰ ফাইলছ (The Kashmir Files)ৰ চৰ্চা অব্যাহত আছে। বিশেষকৈ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপিৰ বহু নেতা-মন্ত্ৰীয়ে দি কাশ্মীৰ ফাইলছক এখন ঐতিহাসিক চিনেমা আখ্যা দিছে। ছবিখন সকলো ভাৰতীয়ই

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন পিছুৱাবৰ বাবে নিৰ্বাচন আয়োগত আবেদন ৰাজ্যিক বিজেপিৰ

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন পিছুৱাবৰ বাবে নিৰ্বাচন আয়োগত আবেদন ৰাজ্যিক বিজেপিৰ

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন পিছুৱাবৰ বাবে নিৰ্বাচন আয়োগত আবেদন ৰাজ্যিক বিজেপিৰ। সাধাৰণ সম্পাদক পুলক গোহাঁই, দিপ্লুৰঞ্জন শৰ্মা আৰু গুৱাহাটী বিজেপিৰ সভাপতি মৃগেন শৰণীয়াই আবেদন জনায় নিৰ্বাচন আয়োগক। ২১ এপ্ৰিলৰ পাছত

‘AIUDFৰ সকলো বিধায়কেই বাংলাদেশী’: দিগন্ত কলিতা

‘AIUDFৰ সকলো বিধায়কেই বাংলাদেশী’: দিগন্ত কলিতা

NRCৰ প্ৰসংগত বুধবাৰে বৰাকৰ AIUDFৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই অসমত এজনো বাংলাদেশী নাই তথা বদৰুদ্দিন আজমলে অসমৰ নেতৃত্ব লোৱাতো উজনি অসমৰ বুদ্ধিজীৱীয়ে বিচাৰে বুলি কৰা মন্তব্যৰ সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ

অভয়াপুৰীৰ মুকবধিৰ যুৱক ছমৰীয়াত সন্ধানহীন

অভয়াপুৰীৰ মুকবধিৰ যুৱক ছমৰীয়াত সন্ধানহীন

বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত লালমাটি গাঁৱৰ মুখেৰে কথা ক’ব নোৱাৰা হৰিশ চাংমা (২০) নামৰ যুৱক এজন যোৱা ৪ মাৰ্চত পুৱাৰ ভাগত কামৰূপ জিলাৰ ছমৰীয়াৰ পৰা সন্ধানহীন হৈ আছে ৷

বৰপেটাত মেট্ৰিক পৰীক্ষাৰ নকল যোগানৰ ব্যৱসায়ত জড়িত ৫ জনক আটক৷

বৰপেটাত মেট্ৰিক পৰীক্ষাৰ নকল যোগানৰ ব্যৱসায়ত জড়িত ৫ জনক আটক৷

বৰপেটাত মেট্ৰিক পৰীক্ষাৰ নকল যোগানৰ ব্যৱসায়ত জড়িত ৫ জনক আটক ৷ বৰপেটাৰ নগাও আৰু পালহাজীৰ পৰা আটক কৰা হৈছে নকল ব্যৱসায়ীকেইটাক ৷ আজি আছিল মেট্ৰিক পৰীক্ষাৰ গণিত বিষয়ৰ পৰীক্ষা ৷