বিহুৰ চান্দা (Bihu Donation)ক লৈ চৰকাৰৰ ঘোষণাক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi)। বলপূৰ্বক চান্দাৰ সকলো বিৰোধী, কিন্তু অসমীয়াৰ হিয়াৰ আমঠু বিহুক লৈ ৰজাঘৰীয়া নিৰ্দেশনা কোনোপধ্যে মানি লোৱা নহ’ব বুলি বিধায়ক গৰাকীয়ে স্পষ্ট কৰি দিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ক চান্দা বীৰ বুলি
Category: Assamese News
বিহুমঞ্চত আৰু জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক দেখিবলৈ পোৱা নাযাব নেকি? বৰ্তমান সেই প্ৰশ্নই উদ্বিগ্ন কৰি তুলিছে বহুতকে। কাৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ চান্দা সংগ্ৰহ কৰি অনুষ্ঠান পতাৰ পৰা বিৰত থাকিবলৈ সকলোকে আহ্বান জনোৱাৰ পিছতে অহা বছৰৰ পৰা বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন নকৰাৰ কথা ঘোষণা কৰিছে জুবিন গাৰ্গে। অসমৰ
কোৰোণাই কাঢ়ি নিলে আন এগৰাকী নক্ষত্ৰক। ভাৰতীয় সংগীত জগতত অপূৰণীয় ক্ষতি। কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু নাই। ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে লতা মংগেশকাৰে। মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত অন্তিম নিশ্বাস ত্যাগ কৰে গায়িকাগৰাকীয়ে। শেহতীয়াকৈ আইচিইউৰ পৰা স্থানান্তৰ কৰা হৈছিল তেওঁক। আজি পুৱাৰে পৰা পুনৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু
প্ৰসিদ্ধ কণ্ঠশিল্পী ৯২ বছৰীয়া লতা মংগেশকাৰৰ (Lata Mangeshkar) অৱস্থা গুৰুতৰ হৈ পৰিছে। যোৱা ২৭ দিন ধৰি, তেওঁ মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত চিকিৎসাধীন হৈ হৈছে। শেহতীয়াকৈ, তেওঁক ভেণ্টিলেটৰৰ সহায়ৰ পৰা আঁতৰাই দিয়া হৈছিল, কিন্তু আজি খবৰ পোৱা গৈছে যে লতা মংগেশকাৰৰ স্বাস্থ্য পুনৰ এবাৰ অৱনতি হৈছে, পুনৰ ভেণ্টিলেটৰলৈ স্থানান্তৰ কৰা হৈছে। কৰোনা
বিশ্ব কৰ্কট দিৱস উপলক্ষে ৪–০২–২০২২ তাৰিখে JBF INDIA TRUST আৰু PHD Chamber of Commerce & Industry ৰ উদ্যোগত তথা অনুৰণন, অসম সেৱা সমিতি, Image Hacker, Dinesh Shahra Foundation, Rotary Club of Guwahati, Guahati Rotary Club Charity Trust ৰ সহযোগত মৈৰাকুচি গাওঁ, সোণাপুৰ স্থিত JIRAW ৰ প্ৰাংগণত এখনি সজাগতামূলক সভা অনুষ্ঠিত