বিহু বুলিলে তিলপিঠা (Tilpitha), নাৰিকলৰ লাড়ু বা তিলৰ লাড়ু আদি নানা বিহুদিনীয়া সামগ্ৰীৰ পয়োভৰ দেখা যায়। মেজি-ভেলাঘৰ বা বিহুৱানৰ দৰে এনে সামগ্ৰীও আমাৰ সাংস্কৃতিক পৰম্পৰাৰ অভিন্ন অংগ। কিন্তু পিঠাপনাৰ এই সামগ্ৰীবোৰ বিহুৰ সৈতে সাঙোৰ খাই পৰাৰ কি কাৰণ থাকিব পাৰে এবাৰ ভাবি চোৱাৰ অৱকাশ থাকে। তিল সন্দৰ্ভত পুৰাণত আছে
Category: Assamese News
গুৱাহাটী মহানগৰীত ছাত্ৰী আত্মহত্যা।গুৱাহাটী মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী ভায়লিনা শইকীয়া(১৯)ই সহপাঠীৰ সৈতে বনভোজ খাবলৈ যাব নাপাই সংঘটিত কৰে আত্মহত্যা। মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত পাথৰকুৱাৰীৰ বিষ্ণু নগৰত সংঘটিত হৈছে এই ঘটনা।প্ৰাপ্ত খবৰ অনুসৰি বিষ্ণু নগৰৰ বাসিন্দা তৰুণ শইকীয়াৰ কন্যা ভায়লিনাই দেওবাৰে সতীৰ্থ ছাত্র-ছাত্ৰীৰে পানীখাইটীৰ হাতীশিলাত বনভোজ খাবলৈ যাব বিচাৰিছিল।কিন্তু পিতৃয়ে
দশম সদৌ অসম স্পীড স্কেটিং প্রতিযোগিতাৰ আজি সফল সামৰণি পৰে। অসম বোলাৰ স্কেটিং সংস্থাৰ উদ্যোগত গুৱাহাটীৰ দিছপুৰ স্কেটিং ৰিংকত অনুষ্ঠিত এই প্রতিযোগিতাত ২৩ টা স্বৰ্গ, ১১ টা ৰূপ আৰু ৭ টা ব্ৰঞ্জৰ পদকেৰে গুৱাহাটী চেম্পিয়ন হোৱাৰ বিপৰীতে ডুলীয়াজান জিলাই ১৪ টা স্বৰ্ণ, ৭টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদকেৰে দ্বিতীয়
ক’ভিড-19এ পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে যদিও অসমত লক ডাউন ঘোষণা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ জৰিয়তে ঘোষণা কৰে এই কথা । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, লক ডাউন ঘোষণা কৰা নহয় যদিও সাধাৰণ লোকৰ জীৱন আৰু জীৱিকাৰ যাতে কোনোধৰণৰ ক্ষতি নহয় তাৰ
আব্দুল লতিফ: সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰখনত বৰ্তমান সময়ত যুৱক-যুৱতীসকলৰ আকৰ্ষণ বৃদ্ধি পাবলৈ ধৰিছে। তাৰ মাজতে এই জগতখনত একাংশ যুৱক-যুৱতীয়ে স্বকীয় প্ৰতিভাৰে উজলি উঠিছে। তেনে এগৰাকী যুৱক হ’ল তিনিচুকীয়াৰ বিতোপন দত্ত। ফেছন জগতখনত খোজ দিয়া তিনিচুকীয়াৰ বৰদলৈ নগৰৰ বাসিন্দা বিতপোনে শেহতীয়াকৈ লাভ কৰিছে ‘Mr Teen Assam 2021’ৰ খিতাপ। অভিলেষ কলিতা আৰু