Category: Assamese News

IIT গুৱাহাটীত পুনৰ গৱেষক ছাত্ৰৰ ৰহস্যজনক মৃত্যু

IIT গুৱাহাটীত পুনৰ গৱেষক ছাত্ৰৰ ৰহস্যজনক মৃত্যু

পুনৰ আই আই টি গুৱাহাটীত ছাত্ৰৰ ৰহস্যজনক মৃত্যুৰ পিছত বৰ্তমান এক চাঞ্চল্য পৰিবেশে বিৰাজ কৰিছে শিক্ষা প্ৰতিষ্ঠানখনত৷ মৃত ছাত্ৰজন ওড়িশাৰ প্ৰশান্ত প্ৰশান্ত কুমাৰ আৰুখা বুলি জানিব পৰা গৈছে ৷ 25 বছৰীয়া ছাত্ৰজনক IIT গুৱাহাটীৰ কপিলি হোষ্টেলত ২৫ জানুৱাৰীৰ সন্ধিয়া, বিচনাত মুৰ্মূষু অৱস্থাত উদ্ধাৰ হয় । শৈক্ষিক প্ৰতিষ্ঠানখনৰ অন্য ছাত্ৰই জানিবলৈ

ঘৰলৈ উভতাৰ পথত বহিঃৰাজ্যৰ পৰা নিৰুদ্দেশ অসমৰ যুৱক

ঘৰলৈ উভতাৰ পথত বহিঃৰাজ্যৰ পৰা নিৰুদ্দেশ অসমৰ যুৱক

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোৱাগাওঁৰ আব্দুৰ ৰহিমৰ পুত্ৰ ছফিকুল ইছলাম কৰ্ম সূত্ৰে আঢ়ৈ মাহ পূৰ্বে তামিলনাডুৰ ত্ৰিপুৰ নামৰ ঠাইত যায়। কিন্তু যোৱা ১৪ জানুৱাৰী তাৰিখত বন্ধু সকলোক ঘৰলৈ উভতি অহাৰ কথা কৈ তাৰ পৰা যাত্ৰা কৰে। ওচৰতে থকা খুড়ায়্কৰ পৰা ঘৰলৈ আহিব বুলি টকা খুজি লয় আৰু তাৰ

সৰুক্ষেত্ৰীত জুৱাৰ আড্ডা,সৰ্থেবাৰীত যোৱা নিশা জুৱাৰ ঘাটিত চলিল আৰক্ষীৰ অভিযান

সৰুক্ষেত্ৰীত জুৱাৰ আড্ডা,সৰ্থেবাৰীত যোৱা নিশা জুৱাৰ ঘাটিত চলিল আৰক্ষীৰ অভিযান

সৰুক্ষেত্ৰীত জুৱাৰ আড্ডা। সৰ্থেবাৰীত যোৱা নিশা জুৱাৰ ঘাটিত চলিল আৰক্ষীৰ অভিযান। এই অভিযানত উচ্ছেদ কৰা হল জুৱাৰ ঘাটি।সৰ্থেবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৌৰাঙ্গ দেব আৰু উপ পৰিদৰ্শক দ্বিপুল শৰ্মাৰ নেতৃত্বত নিশা চলিছিল অভিযান ।পাকা মৌজাৰ ৰামপুৰ সভা মহোৎসৱৰ কাষতে চলি আছিল জুৱাৰ আড্ডা।বালাপাৰা আৰক্ষী চকীৰ অধীনত সভা পূজা আদিৰ নামত

খাজৰানা গণেশ মন্দিৰত পূজা কৰিলে চাৰা আলী খানে , একেলগে দেখা গ’ল মাতৃ অমৃতা সিঙকো !

খাজৰানা গণেশ মন্দিৰত পূজা কৰিলে চাৰা আলী খানে , একেলগে দেখা গ’ল মাতৃ অমৃতা সিঙকো !

চাৰা আলী খানে (Sara Ali Khan) ইন্দোৰৰ আটাইতকৈ বিখ্যাত খাজৰানা গণেশ মন্দিৰত পূজা কৰিছিল। ইফালে, তেওঁৰ মাকক তেওঁৰ সৈতে দেখা গৈছিল। ছাৰাই তেওঁৰ ইনষ্টা ষ্টৰীত খাজৰানা মন্দিৰৰ কিছুমান ফটো শ্বেয়াৰ কৰিছে, যি সোনকালেই ছ’চিয়েল মিডিয়াত ভাইৰেল হ’বলৈ আৰম্ভ কৰিছে।  

কলেজৰ পৰা গৃহাভিমুখী দৰং মহাবিদ্যালয়ৰ ছাত্রীক অপহৰণ

কলেজৰ পৰা গৃহাভিমুখী দৰং মহাবিদ্যালয়ৰ ছাত্রীক অপহৰণ

 তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰী হঠাতে নোহোৱা হ’ল ৷ ঘটনা অনুসৰি, বৃহস্পতিবাৰে দৰং মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ একাদশ শ্ৰেণীৰ ছাত্ৰী পৰিস্মীতা ঘৰৰ পৰা ওলাই গৈছিল ক্লাছলৈ বুলি ৷ ক্লাছৰ শেষত প্ৰায় একমান বজাত মাকক ফোন কৰি ঘৰলৈ গৈ থকাৰ কথাও জানিবলৈ দিয়ে তাই ৷ পিছে, ঘৰলৈ যাম বুলি ক’লেও