প্ৰসিদ্ধ কণ্ঠশিল্পী ৯২ বছৰীয়া লতা মংগেশকাৰৰ (Lata Mangeshkar) অৱস্থা গুৰুতৰ হৈ পৰিছে। যোৱা ২৭ দিন ধৰি, তেওঁ মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত চিকিৎসাধীন হৈ হৈছে। শেহতীয়াকৈ, তেওঁক ভেণ্টিলেটৰৰ সহায়ৰ পৰা আঁতৰাই দিয়া হৈছিল, কিন্তু আজি খবৰ পোৱা গৈছে যে লতা মংগেশকাৰৰ স্বাস্থ্য পুনৰ এবাৰ অৱনতি হৈছে, পুনৰ ভেণ্টিলেটৰলৈ স্থানান্তৰ কৰা হৈছে। কৰোনা
Category: Assamese News
বিশ্ব কৰ্কট দিৱস উপলক্ষে ৪–০২–২০২২ তাৰিখে JBF INDIA TRUST আৰু PHD Chamber of Commerce & Industry ৰ উদ্যোগত তথা অনুৰণন, অসম সেৱা সমিতি, Image Hacker, Dinesh Shahra Foundation, Rotary Club of Guwahati, Guahati Rotary Club Charity Trust ৰ সহযোগত মৈৰাকুচি গাওঁ, সোণাপুৰ স্থিত JIRAW ৰ প্ৰাংগণত এখনি সজাগতামূলক সভা অনুষ্ঠিত
বৰপেটা জিলাৰ কলগাছিয়াত এটি তিনি বছৰীয়া নিষ্পাপ শিশুক ধৰ্ষণ কৰা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শাঁওপুৰ গাঁৱত সংঘটিত হৈছে এই নাভূত-নাশ্ৰুত ঘটনা (child rape at Kalgachia) ৷ ৪০ বছৰীয়া তথা চাৰিটাকৈ সন্তানৰ পিতৃ আমজাদ আলীৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ অভিযোগ অনুসৰি,
ৰাজ্যত পুনৰ সংঘটিত হৈছে ধৰ্ষণকাণ্ড ৷ এইবাৰ আৰক্ষীৰ পৰিচয় দি চাৰি পাষণ্ডই কৰিলে ষোল্ল বছৰীয়া দুই কিশোৰীক ধৰ্ষণ ৷ এই ঘটনা সংঘটিত হৈছে বি টি আৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ কাজিগাঁও আৰক্ষী থানাৰ ৰূপচী আৰক্ষী চকীৰ অন্তৰ্গত কুৰ্শাকাটি অঞ্চলত। ইতিমধ্যে আমছু আৰু এবিএমছুয়ে দোষীক কৰায়ক্ত কৰি উচিত শাস্তিৰ দাবীত ৰূপচী
দেশৰ ৰাজধানীত সভ্য সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে । প্ৰথমে এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ তাৰ পাছত মুখত ক’লা ৰঙ সানি মুণ্ডন কৰি ডিঙিত জোতাৰ মালা পিন্ধাই ৰাস্তাত পেৰেড কৰাইছিল একাংশ দানৱৰূপী লোকে । দিল্লীৰ শ্বাহদাৰা জিলাৰ কস্তুৰবা নগৰত সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠা এই ঘটনা। এই ঘটনাৰ