Category: Assamese News

ফেৰী দুৰ্ঘটনাত নিহত ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীলৈ চৰকাৰী চাকৰি

ফেৰী দুৰ্ঘটনাত নিহত ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীলৈ চৰকাৰী চাকৰি

যোৱা ৮ ছেপ্টেম্বৰত সমগ্ৰ অসম কঁপাই যোৱা মাজুলী নিমাতিঘাটৰ শোকাৱহ নাও দুৰ্ঘটনাত (Majuli boat tragedy) মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল নাওবৈচাৰ ৰামপুৰৰ ইন্দ্ৰেশ্বৰ বৰা নামৰ লোকজনে । ইন্দ্ৰেশ্বৰ বৰাৰ মৃত্যুৰ পাছতে তেওঁৰ ঘৰখনলৈ ঘোৰ অন্ধকাৰ নামি আহিছিল । কিন্তু আজি সেই দুৰ্ভগীয়া পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙিছে । কাৰণ ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীক

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষাৰ ফলাফল ঘোষণা

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষাৰ ফলাফল ঘোষণা

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষাৰ ফলাফল শনিবাৰে ঘোষণা কৰা হয় (HS final year special exam result declared) । ক’ভিড পৰিস্থিতিৰ বাবে বিকল্প মূল্যায়ন ব্যৱস্থাৰে ফলাফল ঘোষণাৰ পাছত অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল । ঘোষিত ফলাফল অনুসৰি ৰাজ্যৰ চাৰিখন জিলা ক্ৰমে বঙাইগাঁও, যোৰহাট, দক্ষিণ শালমাৰা আৰু ওদালগুৰি

এপিএছচিৰ মূল পৰীক্ষাত নাথাকিব অসমীয়া ভাষাৰ প্রশ্নকাকত

এপিএছচিৰ মূল পৰীক্ষাত নাথাকিব অসমীয়া ভাষাৰ প্রশ্নকাকত

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক মূল পৰীক্ষা ভাষাৰ প্রশ্নকাকত অবিহনে অনুষ্ঠিত কৰিবলৈ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ ভাষাৰ প্রশ্নকাকতক লৈ ৰুজু হোৱা এটা গোচৰৰ শুনানি গ্রহণ কৰি শুকুৰবাৰে মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ সৌমিত্র শইকীয়াৰ খণ্ড বিচাৰপীঠে অসম লোকসেৱা আয়োগ (এ পি এছ চি)ক এই নির্দেশ দিছে৷ সংযুক্ত প্রতিযোগিতামূলক

কামৰূপ(ম)ত চলাচল কৰা চিটি বাছৰ ভাড়া তালিকা প্ৰকাশ, পঢ়ি লওঁক

কামৰূপ(ম)ত চলাচল কৰা চিটি বাছৰ ভাড়া তালিকা প্ৰকাশ, পঢ়ি লওঁক

কামৰূপ মহানগৰ জিলাৰ বিভিন্ন পথত চলাচল কৰা চিটি বাছৰ নিৰিখ প্রকাশ পৰিবহন বিভাগৰ। নিৰ্ধাৰিত ভাড়াতকৈ অধিক ভাড়া যাত্ৰীৰ পৰা সংগ্ৰহ কৰিলে দিব পাৰিব অভিযোগ। কামৰূপ(ম) যানবাহন আৰক্ষীৰ ওপৰতো যাত্ৰীয়ে অভিযোগ দিব পাৰিব।বৃহস্পতিবাৰে যাত্ৰীৰ সুবিধা হোৱাকৈ অভিযোগ দিয়াৰ বাবে মুকলি হোৱাটছ এ’প নম্বৰ। ৬৯০১২-৬৯০০৬,৬০২৬১-৭৬৭৫৫  এই দুটা নম্বৰত অধিক ভাড়া সংগ্ৰহ কৰা

AFSPA বাতিলৰ দাবীত যুৱ ছাত্ৰ-পৰিষদৰ গুৱাহাটীত অৱস্থান ধৰ্মঘট

AFSPA বাতিলৰ দাবীত যুৱ ছাত্ৰ-পৰিষদৰ গুৱাহাটীত অৱস্থান ধৰ্মঘট

সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বাতিলৰ দাবীত আজি ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ।গুৱাহাটী মহানগৰীৰ ৰটাৰী পইণ্টত মুখত ক’লা কাপোৰ বান্ধি সাব্যস্ত কৰে প্ৰতিবাদ।পৰিষদৰ মহানগৰ সমিতিৰ উদ্যোগত সাব্যস্ত কৰা এই অৱস্থান ধৰ্মঘটত উপস্থিত থাকে প্ৰায় অৰ্ধ-শতাধিক পৰিষদৰ কর্মী। সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতাৰ আইন বাতিলৰ প্লে-কাৰ্ড প্ৰদৰ্শন কৰে