Category: Assamese News

beltola murder case : কোনে হত্যা কৰিলে বৰুৱা দম্পতীক ?

beltola murder case : কোনে হত্যা কৰিলে বৰুৱা দম্পতীক ?

গুৱাহাটী মহানগৰীৰ বেলতলাত সংঘটিত নৃশংস হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত তিনি গৰাকী লোকক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ ঘটনা সন্দৰ্ভত মুখ খোলা নাই আৰক্ষীয়ে । চি আই ডি, ক্ৰাইম ব্ৰাঞ্চ, ফৰেনচিকৰ দল ঘটনাস্থলীত উপস্থিত হৈ স্নীফাৰ ড’গ লগত লৈ ঘটনাৰ সূত্ৰ বিচাৰি

ছমহীয়া পৰীক্ষাত অনুপস্থিত ছাত্র–ছাত্রীয়ে দিব নোৱাৰিব মেট্রিক

ছমহীয়া পৰীক্ষাত অনুপস্থিত ছাত্র–ছাত্রীয়ে দিব নোৱাৰিব মেট্রিক

ছমহীয়া পৰীক্ষাত অনুপস্থিত থকা তথা অৱতীর্ণ নোহোৱা দশম শ্রেণীৰ ছাত্র–ছাত্রীসকলে আগন্তুক ২০২২ বর্ষৰ হাইস্কুল–হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষাত বহিব নোৱাৰিব৷ মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ সচিব সুৰঞ্জনা সেনাপতিয়ে  এই সন্দর্ভত জাৰি কৰা এক গুৰুত্বপূর্ণ নির্দেশত এই কথা স্পষ্ট কৰি দিছে৷ ইফালে সংশ্লিষ্ট বিদ্যালয় তথা জিলা পর্যায়ৰ আভ্যন্তৰীণ পৰীক্ষা কমিটীয়ে অনুষ্ঠিত কৰা আভ্যন্তৰীণ পৰীক্ষাৰ

ধাননিৰ মাজত দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা যুৱতীক

ধাননিৰ মাজত দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা যুৱতীক

নৃশংস, বৰ্বৰ আৰু লজ্জাজনক ৷ বাক্সাৰ বাগানপাৰাত সংঘটিত হৈছে এক নৃশংস আৰু লজ্জাজনক ঘটনা ৷ এগৰাকী ২২ বছৰীয়া যুৱতীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰিলে এচাম বিকৃত মানসিকতাৰ লোকে ৷ বাগানপাৰা আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰপাৰাত দেওবাৰে নিশা সংঘটিত হৈছে এই লজ্জাজনক তথা নৃশংস হত্যাকাণ্ডটো ৷ সোমবাৰে পুৱা ধাননিৰ মাজত উদ্ধাৰ হয়

পুনৰ লক ডাউন নহয় অসমত; স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা

পুনৰ লক ডাউন নহয় অসমত; স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা

দুৰ্গোৎসৱৰ পাচত ক’ভিড আক্ৰান্তৰ হাৰ আংশিক বৃদ্ধি পোৱাত ৰাজ্যত পুনৰ লক ডাউন হোৱাৰ সম্ভাৱনীয়তাৰ কথা চৰ্চা হৈছিল ৷ কিন্তু ৰাজ্যত নহয় পুনৰ লকডাউন ৷ অৱশ্যে ৰাজ্যৰ প্ৰতিজন নাগৰিকৰ ভেকচিন লোৱা আৰু মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৷ শেহতীয়া অসমৰ ক’ভিড পৰিস্থিতিক লৈ সোমবাৰে কলিয়াবৰত সংবাদমেল সম্বোধন কৰে

ড৹ নগেন শইকীয়াক অসমবাসীৰ ওচৰত ক্ষমা খোজিবলৈ ক’লে পৰেশ বৰুৱাই

ড৹ নগেন শইকীয়াক অসমবাসীৰ ওচৰত ক্ষমা খোজিবলৈ ক’লে পৰেশ বৰুৱাই

অসমৰ পৰা বৰাক উপত্যকাক বিচ্ছিন্ন কৰিব লাগে বুলি বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াৰ কৰা মন্তব্যক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনৰ সভাপতি পৰেশ বৰুৱাই । ড৹ নগেন শইকীয়াৰ বক্তব্যক কঠোৰ সমালোচনা কৰি পৰেশ বৰুৱাই কয়, ‘মূৰৰ বিষ হ’লেই মূৰটো কাটি পেলাব