Category: Assamese News

বিজেপিত যোগদানৰ বাবে ধনৰ লেনদেন বিপিএফৰ প্ৰাক্তন নেতাৰ: হাগ্ৰামা

বিজেপিত যোগদানৰ বাবে ধনৰ লেনদেন বিপিএফৰ প্ৰাক্তন নেতাৰ: হাগ্ৰামা

 বিটিআৰৰ বনৰগাঁও আৰু সুবাইঝাৰ সমষ্টিৰ পৰিষদীয় সদস্য তথা বিপিএফৰ প্ৰাক্তন নেতা ক্ৰমে ৰাজীৱ ব্ৰহ্ম আৰু প্ৰভাত বসুমতাৰীয়ে বৃহৎ ধন দি বিজেপিত যোগদান কৰিছে ৷ এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিপিএফৰ সভাপতি তথা বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ৷ সোমবাৰে গোসাইগাঁওস্থিত বিপিএফৰ গুমা ব্লক সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত বিপিএফৰ কেন্দ্ৰীয়

অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব : ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য

অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব : ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য

শিলচৰ কাণ্ডকলৈ প্ৰতিক্ৰিয়া আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ । তেওঁ কয় যে, অসমত অসমীয়া ভাষাক অপমান সহ্য কৰা নহ’ব, অসম চৰকাৰে কি দায়িত্ব পালন কৰিব সেয়া লক্ষণীয় হ’ব । বিভিন্ন চক্ৰই বিভিন্ন ধৰণে বিষয়টোক আগুৱাই নিবলৈ চেষ্টা কৰা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য সমুজ্জ্বল ভট্টাচাৰ্য্যৰ । অসমত অসমীয়া ভাষাৰ মৰ্যাদা অটুট

অসমীয়াৰ পৰিৱৰ্তে বাংলা ভাষা প্ৰতিষ্ঠাৰ ডিজাইন চলিছে অসমত : পলাশ চাংমাই

অসমীয়াৰ পৰিৱৰ্তে বাংলা ভাষা প্ৰতিষ্ঠাৰ ডিজাইন চলিছে অসমত : পলাশ চাংমাই

‘অসমীয়া বাপুতিসাহোন কাতি বিহুৰ দিনটোত অসমত অৱহেলিত আৰু অপমানিত অসমীয়া ভাষা । জাতিৰ বাবে ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু বেদনাদায়ক কথা একো নাই’- এই মন্তব্য অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ ৷ বৰাকত একাংশ অসম আৰু অসমীয়া বিৰোধী বঙালী সংগঠনে অসমীয়া ভাষাত প্ৰকাশিত চৰকাৰৰ জল-জীৱন মিছনৰ বিজ্ঞাপনত ক’লা ৰং

গৰুখুটিলৈ গৈ নাটক ৰচিছে আজমলে; ক’লে ভৱেশ কলিতাই

গৰুখুটিলৈ গৈ নাটক ৰচিছে আজমলে; ক’লে ভৱেশ কলিতাই

 পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত দুশ টকা হ’লেহে হেনো দুচকীয়া বাহনত তিনিজন উঠাৰ কথা কৈছিল বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । কংগ্ৰেছে ভৱেশ কলিতাৰ কথা মতে, দুচকীয়া বাহনত তিনিজনকৈ উঠা সন্দৰ্ভত দেওবাৰে তেওঁ এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ কয় যে, পেট্ৰ’লৰ দাম ২০০ টকা হ’লে দুচকীয়া বাহনত তিনিজন উঠাৰ

অশ্ৰুসিক্ত নয়নেৰে পুনৰ উচ্ছেদ নোহোৱাৰ বাবে দোৱা কৰিছে আজমলে

অশ্ৰুসিক্ত নয়নেৰে পুনৰ উচ্ছেদ নোহোৱাৰ বাবে দোৱা কৰিছে আজমলে

গৰুখুটিৰ উচ্ছেদত সংঘটিত হোৱা হিংসাত্মক ঘটনাই ইতিমধ্যে, এটা মাহৰ অধিক সময় পাৰ কৰিছে ৷ দেওবাৰে দৰঙত উপস্থিত হৈ গৰুখুটিৰ উচ্ছেদিত লোক সকলৰ কাষত থিয় দিলে AIUDF দলৰ নেতা মৌলানা বদৰুদ্দিন আজমল । উচ্ছেদিত লোকৰ কাষত থিয় হৈ দেওবাৰে হুকহুকাই কান্দি উঠিল বদৰুদ্দিন আজমলে । এই উচ্ছেদৰ দৰে যাতে পুনৰ ক’তো