বঙাইগাঁৱত সংঘটিত হৈছে এটা চৰম লজ্জাজনক ঘটনা৷ পিতা–পুত্রই মিলি এগৰাকী মহিলাক ধর্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ এই জঘন্য ঘটনা সংঘটিত হৈছে নিউ বঙাইগাঁৱৰ ভাওলাগুৰিত৷ কিছু পলমকৈ পোহৰলৈ অহা ঘটনাৰ বিৱৰণী অনুসৰি, স্থানীয় মহিলা এগৰাকীৰ স্বামী কর্মসূত্রে বহিঃৰাজ্যত থকাৰ সুযোগ গ্রহণ কৰি পিতা–পুত্রই দীর্ঘদিনে শাৰীৰিক তথা যৌন নির্যাতন চলাইছিল৷ বদিয়ত
Category: Assamese News
শাৰদীয় দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশৰ মাজতে ৰাজ্যত বিগত ৫ দিনত সংঘটিত হয় ৫৪১ টা পথ দুৰ্ঘটনা । দুৰ্গোৎসৱৰ বিগত পাঁচদিনত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ এই তথ্য মৃত্যুঞ্জয় ১০৮ সেৱাৰ । মৃত্যুঞ্জয় ১০৮ সেৱাৰ কৰ্তৃপক্ষই জনোৱা মতে ৰাজ্যখনত ১১ অক্টোবৰৰ দিনা ৮০ টা, ১২ অক্টোবৰৰ দিনা ৯৪ টা, ১৩ অক্টোবৰৰ দিনা ১২০
তিতাবৰ মহকুমাৰ বৰহোলা বালিজানত আজি টাকাম মিছিং পৰিন কৌবাং চমুকৈ টি এম পি কেৰ ৫০ তম সোণালী জয়ন্তী প্ৰতিষ্ঠা দিৱসটি বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰে। সেয়ে পুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পন কাৰ্যসূচী শুভাৰম্ভ কৰে টি এম পি কেৰ তিতাবৰৰ সভাপতি নিত্যানন্দ ৰেগনে। ইয়াৰ পিছতে নিত্যানন্দ ৰেগনৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাৰ
of১৩ অক্টোবৰত ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অধীনত গেলাবিলৰ ২জন যুৱকৰ বিৰুদ্ধে ২নং মাজগাঁৱৰ খনশ্রী বসুমতাৰীয়ে তেওঁৰে ছোৱালীক ধর্ষণ কৰাৰ চেষ্টা কৰা বুলি এজাহাৰ দাখিল কৰিছে৷ যোৱা ১২ অক্টোবৰৰ নিশা ৯মান বজাত দশম শ্রেণীত পঢ়ি থকা এগৰাকী ছাত্রীক গেলাবিলৰ প্রফুল্ল বৈশ্যৰ পুত্র প্রসেনজিৎ বৈশ্য (২৫বছৰ) আৰু ভূপেন বৈশ্যৰ পুত্র ঋতুপর্ণ
আন্দোলন কৰাৰ ইচ্ছা হেনো একেবাৰেই নাছিল কংগ্ৰেছৰ । কিন্তু কি কৰিব ? ৰাজ্য চৰকাৰৰ ফালৰ পৰাই কংগ্ৰেছক কোৱা হ’ল যে যেতিয়ালৈকে মূল্যবৃদ্ধি নকমে তেতিয়ালৈকে যাতে কংগ্ৰেছে আন্দোলন কৰি থাকে । সেয়েহে এতিয়া বিৰোধী দলটোৱে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে বুলি মন্তব্য প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ বৃহস্পতিবাৰে