কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত হিচাপে নতুনকৈ নিযুক্তি দিয়া ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া পল্লৱ গোপাল ঝাই সোমবাৰে মহানগৰ জিলাৰ উপায়ুক্তৰ দায়িত্বভাৰ গ্ৰহণ কৰে । উল্লেখযোগ্য যে, পল্লৱ গোপাল ঝাই ডিব্ৰুগড় জিলাৰ
Category: Assamese News
ৰাজ্যৰ নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বা) এ ম্যাদ বৃদ্ধি কৰিছে অস্ত্ৰ বিৰতিৰ ৷ শেহতীয়াকৈ ৰাজ্যৰ বহুকেইটা উগ্ৰপন্থী সংগঠনে আত্মসমৰ্পণ কৰিছে ৰাজ্য চৰকাৰৰ ওচৰত ৷ সম্প্ৰতি ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰৰ তৎপৰতাত
চিকিৎসাৰ দৰে পৱিত্র বৃত্তিক কলংকিত কৰি একাংশ চিকিৎসকে চলাই আহিছে কিড্নীৰ চোৰাং বেহা৷ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত কর্মৰত ডাঃ ৰিচার্ড আব্রাহাম লৰেঞ্চ নামৰ চিকিৎসকজনে দীর্ঘদিন ধৰি কিড্নীৰ চোৰাং বেহা চলাই
পোন প্ৰথমবাৰৰ বড়ো জনগোষ্ঠীৰ এগৰাকী ছাত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ গৱেষণা জলপানি(PMRF) লাভ কৰি বাক্সা জিলাৰ লগতে সমগ্ৰ বিটিআৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাত আনন্দৰ জোৱাৰ উঠিছে ৷ বাক্সা জিলাৰ শিমলাৰ গৱেষিকা ছাত্ৰী উজিনী
নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত বৈঠালাংছʼৰ নিকটৱৰ্তী ছবিন দৈনিক বজাৰৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ ক্ৰীড়া খেলুৱৈৰ পোছাক পৰিধান কৰাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। এখন ৰাজহুৱা সভাত বৰবিল আঞ্চলিক সমিতিৰ সাধাৰণ