Advertisement

Category: Assamese News

“আইন উলংঘা নকৰিব, বেদখল এৰি নিজ নিজ স্থানলৈ ঘূৰি যাওকঃ” মন্ত্ৰী পীযুষ হাজৰীকা

“আইন উলংঘা নকৰিব, বেদখল এৰি নিজ নিজ স্থানলৈ ঘূৰি যাওকঃ” মন্ত্ৰী পীযুষ হাজৰীকা

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰীকাই আজি ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অশোক সিংহাল আৰু বৰচলা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৰ উপস্থিতিত ঢেকীয়াজুলিত শোণিতপুৰ জিলা প্ৰশাসনৰ বিষয়াসকলৰ

গ্ৰেপ্তাৰ হ’ব নেকি একালৰ মহাপ্ৰতাপী হাগ্ৰামা মহিলাৰী ?

গ্ৰেপ্তাৰ হ’ব নেকি একালৰ মহাপ্ৰতাপী হাগ্ৰামা মহিলাৰী ?

কথাতে কয় নহয় বোলে, একালৰ বৃন্দাবন একালত পৰে চন । ঠিক এনে দশাই হৈছে এতিয়া একালৰ মহাপ্ৰতাপী ৰাজনৈতিক নেতা, বি টি চিৰ প্ৰাক্তন মুৰব্বী তথা বি পি এফৰ সভাপতি হাগ্ৰামা

বৰমাত অনলাইনযোগে টাইকোৱানডো প্ৰশিক্ষণ: খেলুৱৈক প্ৰমাণপত্ৰ বিতৰণ

বৰমাত অনলাইনযোগে টাইকোৱানডো প্ৰশিক্ষণ: খেলুৱৈক প্ৰমাণপত্ৰ বিতৰণ

ক’ভিড-১৯ মহামাৰীৰ বাবে লকডাউন জাৰি কৰাৰ সময়ত আন বিভিন্ন ক্ষেত্ৰৰ সমান্তৰালকৈ ক্ৰীড়া ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল । কিন্তু মহামাৰীসৃষ্ট পৰিৱেশত একাংশ খেলুৱৈ শাৰীৰিক আৰু মানসিকভাৱেও ভাঙি পৰিছিল ।

জোচেফ মাৰাকৰ মৃত্যু : কিমান দিন কাৰাবাস হ’ব ৰাজকন্যা বৰুৱাৰ ?

জোচেফ মাৰাকৰ মৃত্যু : কিমান দিন কাৰাবাস হ’ব ৰাজকন্যা বৰুৱাৰ ?

সুৰাৰ ৰাগীত মাতাল মডেল ৰাজকন্যাই ঘূণীয়া কৰা জোচেফ মাৰাকৰ মৃত্যু ৷ ৰুক্মিনীগাঁৱৰ হিট এণ্ড ৰাণ গোচৰত দুয়োখন ভৰি হেৰুৱাই চিকিৎসাধীন হৈ আছিল ৷ কিন্তু শেহতীয়াকৈ মৃত্যুমুখত পৰে জোচেফ মাৰাক ৷

শিলচৰ বিমানবন্দৰ জৰুৰীকালীন অৱতৰণ এয়াৰ ইণ্ডিয়াৰ বিমান

শিলচৰ বিমানবন্দৰ জৰুৰীকালীন অৱতৰণ এয়াৰ ইণ্ডিয়াৰ বিমান

শিলচৰ বিমানবন্দৰত যাত্ৰীসকলৰ মাজত বুধবাৰে সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতিৰ ৷ পুৱা শিলচৰ বিমানবন্দৰ পৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমান কলকাতাৰ উদ্দেশ্যে উৰা মাৰিছিল ৷ কিন্তু আকাশলৈ উৰা মৰাৰ পিছতে বিমানখনত