বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ বিস্ফোৰক মন্তব্য । অসম জাতীয় পৰিষদ দলৰ নীতি আৰু আদৰ্শ নাই । যি দলৰ নীতি আৰু আদৰ্শ নাই সেইদলে ৰাইজৰ কি সেৱা কৰিব বুলিও প্ৰশ্ন কৰে সাংসদ গৰাকীয়ে । আনফালে মিত্ৰতাৰ ধৰ্ম পালন কৰি যোৱা সাধাৰণ নিৰ্বাচনত তামোলপুৰ সমষ্টিটো
Category: Assamese News
ৰুক্মিনীগাঁও হিট এণ্ড ৰাণ গোচৰত ৰাজকন্যা বৰুৱাক এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে । বুধবাৰে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰাজকন্যা বৰুৱাক শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় । আদালতে ৰাজকন্যা বৰুৱাৰ জামিন আৱেদন নাকচ কৰাৰ লগতে এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে । আদালতৰ নিৰ্দেশৰ
শ্বেৰমান আলি আহমেদক 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে ৷ জানিব পৰা মতে গীতানগৰ আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰিছিল শ্বেৰমান আলিক ৷ এই ক্ষেত্ৰত অনুমতি প্ৰদান নকৰিলে আদালতে ৷ ইযাৰ পূৰ্বে বিতৰ্কিত বিধায়ক শ্বেৰমান আলী আহমেদক 2 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল আদালতে ৷ পানবজাৰ আৰক্ষীয়ে ৫ দিনৰ
বিজেপিৰ সৈতে বিপিএফৰ মিত্ৰতাই আনুষ্ঠানিক ৰূপ লোৱা নাই অথচ বিপিএফে দাবী কৰি আছে মিত্ৰতাৰ। ইয়াকে লৈ সাধাৰণ ৰাইজৰ মাজত সৃষ্টি হৈছে কৌতূহলৰ। এই প্ৰসংগত আজি বিটিচি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য উইলছন হাছদাই উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ কথা। হাছদাই এই সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত উল্লেখ কৰে– ”কোনো মিত্ৰতা হোৱা নাই, ইয়াক
মহাজোঁটৰ শ্ৰমিকৰ দৃঢ়তা আৰু জনসাধাৰণৰ সমৰ্থনেৰে হ’ব বিজয়প্ৰাপ্তিঃ উইলছন হাছদা Author: G Barman: উপ–নিৰ্বাচনক লৈ সাজু হৈছে বিটিআৰ। আজি গোসাঁইগাঁৱত ইউপিপিএলৰ মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰে কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে। ইয়াৰ লগতে ২৮নং গোসাঁইগাঁও সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জিৰন বসুমতাৰীলৈ সমৰ্থন আগবঢ়াই বিজেপি, জিএছপি, অগপ আৰু