Category: Assamese News

গুৰুজনাই পাচশ বছৰ পূৰ্বে সত্ৰ-নামঘৰৰ যোগেদি মুক্ত বিশ্ব বিদ্যালয়ৰ শিক্ষা প্ৰদান কৰিছিল !

গুৰুজনাই পাচশ বছৰ পূৰ্বে সত্ৰ-নামঘৰৰ যোগেদি মুক্ত বিশ্ব বিদ্যালয়ৰ শিক্ষা প্ৰদান কৰিছিল !

– বঙাইগাঁৱৰ ঘৰশিয়া সত্ৰত প্ৰেমকান্ত মহন্ত সোঁৱৰণী সভাত সাহিত্যিক থানেশ্বৰ মালাকাৰ   বঙাইগাঁও , ৩ নৱেম্বৰঃ বৰ্তমানে চৰকাৰে মুক্ত বিশ্ব বিদ্যালয়ৰ ব্যৱস্থা কৰি ঘৰতে থাকিয়েই উচ্চ শিক্ষা লাভৰ ব্যৱস্থা কৰিছে

দলিত যুৱকৰে বিয়াৰ শাস্তি: অর্ধনগ্ন কৰি নর্মদা নদীত শুদ্ধিকৰণ যুৱতীৰ

দলিত যুৱকৰে বিয়াৰ শাস্তি: অর্ধনগ্ন কৰি নর্মদা নদীত শুদ্ধিকৰণ যুৱতীৰ

দলিত সম্প্রদায়ৰ যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা এগৰাকী যুৱতীক মধ্যপ্রদেশত অর্ধনগ্ণ কৰি নর্মদা নদীত স্নান কৰাই শুদ্ধিকৰণ চলোৱা ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ দলিত সম্প্রদায়ৰ যুৱকজনৰ সৈতে বিয়াত বহাৰ

চাউথ এছিয়ান গেইমছত ভাৰতীয় ভলীবল দলৰ সোণৰ পদক লাভ

চাউথ এছিয়ান গেইমছত ভাৰতীয় ভলীবল দলৰ সোণৰ পদক লাভ

আৰ্থিক অনাটনে যে কোনো প্ৰতিভাৰ হেঙাৰ হ’ব নোৱাৰে এই কথা পুনৰবাৰ প্ৰমাণ হ’ল জুৰীয়াৰ আলিটাঙনীৰ এগৰাকী যুৱকৰ ক্ষেত্ৰত। নগাঁও জিলাৰ এক ভিতৰুৱা অঞ্চল আলিটাঙনীৰ ক্ষুদ্ৰ ব্যৱসায়ী তথা উদীয়মান খেলুৱৈ আজমল

জীন্ছ পিন্ধা বাবেই মুছলমান যুৱতীক নির্যাতন ব্যৱসায়ীৰ

জীন্ছ পিন্ধা বাবেই মুছলমান যুৱতীক নির্যাতন ব্যৱসায়ীৰ

সুদূৰ আফগানিস্তানৰ পৰা এইবাৰ বিশ্বনাথ পালেহি ‘তালিবানী ড্রেছ কোড’৷ যুৱতীৰ জীনছ পেণ্টক লৈ এইবাৰ সংবাদ শীর্ষলৈ আহিছে বিশ্বনাথ৷ কেৱল জীনছ পেণ্ট পৰিধান কৰা বাবেই আফগানিস্তানৰ তালিবানীৰ দৰে কঠোৰ নির্যাতনৰ সন্মুখীন

দৈদাম চাহ বাগিচা বন্ধৰ হুংকাৰ চাহ শ্ৰমিকৰ

দৈদাম চাহ বাগিচা বন্ধৰ হুংকাৰ চাহ শ্ৰমিকৰ

ডুমডুমাৰ দৈদাম চাহ বাগিচাৰ চাহ শ্ৰমিকে শনিবাৰে ন্যায্য প্ৰাপ্তিৰ দাবীত বাগিচাখনৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৱাৰেন টি লিমিটেডৰ ডুমডুমাৰ দৈদাম চাহ বাগিচাৰ চাহ শ্ৰমিকে ন্যায্য প্ৰাপ্যৰ