অসম বিধান সভা সমষ্টিৰ উপনিৰ্বাচনৰ আখৰা ইতমধ্যেই আৰম্ভ হৈছে ৷ শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিটো নিৰ্বাচনী বতাহ পূৰ্ণোদ্যমে বলিছে ৷ সোমবাৰে উপনিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবৰ বাবে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰে মনোনয়ন পত্ৰ সংগ্ৰহ কৰে ৷ থাওৰা সমষ্টিত এই উপনিৰ্বাচন তিনিকোণীয়া হোৱাৰ সম্ভাৱনা আছে ৷ 2021 বৰ্ষৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী
Category: Assamese News
বিলাসীপাৰা প্ৰেছ ক্লাবত বুধবাৰে এক সংবাদমেল সমবোধন কৰে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই(All Assam Nath Jogi Students Union) ৷ সংগঠনটোৰ ধুবুৰী, বঙাইগাঁও, বিলাসীপাৰা আৰু গোৱালপাৰা জিলা সমিতিয়ে যৌথভাৱে আয়োজন কৰে এই সংবাদমেলখন ৷ সংবাদমেলত সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰবিন্দ নাথে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ(Kamatapur Autonomous Council) গঠনত সন্তুষ্টি প্ৰকাশ
উপ-নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত বিটিচিৰ ৰাজনৈতিক বতাহ আকৌ গৰম হোৱাৰ দিশে । বিজেপিৰে বিপিএফৰ মিত্ৰতা চূড়ান্ত হোৱাৰ কথা ঘোষণা হাগ্ৰামা মহিলাৰীৰ । মাত্ৰ আনুষ্ঠানিকতাহে বাকী বুলি মন্তব্য মহিলাৰীৰ । বিপিএফ আকৌ বিজেপিৰ কাষ চপাৰ লগে লগেই অধিক আকৰ্ষণীয় হৈ পৰিছে বিটিচিৰ ৰাজনীতি । ইয়াৰ সমান্তৰালভাৱে প্ৰশ্ন উঠিছে যে, পুনৰ বিটিচি প্ৰধানৰ
সান্ধ্য আইন উলংঘাৰে মহানগৰীৰৰ ৰাজপথত একাংশ উদণ্ড যুৱক–যুৱতীয়ে দৌৰাত্ম্য অব্যাহত ৰাখিছে৷ শুকুৰবাৰে নিশা প্রায় ১.৪৫ বজাত এগৰাকী সুৰামত্ত যুৱতীয়ে জিএছ ৰোডত গড়কাপ্টানী বিভাগৰ কাম কৰি থকা আঠজনকৈ শ্রমিকক মহটিয়াই নিয়ে৷ সুৰামত্ত যুৱতীগৰাকীয়ে চলোৱা এএছ–০১ এজি–২১৯৪ নম্বৰৰ বাহনখনৰ খুন্দাত ইমৰান চৌধুৰী (৪৫), চিৰাজ আলী (২১), আইনুল আলী (১৮), আতিকুৰ ৰহমান (৩০),
আগন্তুক উপ-নিৰ্বাচন(By Election)ৰ বাবে সোমবাৰে তিনিটা সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে বিজেপি(BJP)য়ে । অৱধাৰিতভাৱই এই তিনিজনীয়া প্ৰাৰ্থীৰ তালিকাখনত স্থান পাইছে তিনি ন-বিজেপি তথা তিনি প্ৰাক্তন বিধায়কে । ভৱানীপুৰ সমষ্টি(Bhawanipur Constituency)ত ফণী তালুকদাৰ(Phani Talukdar)ক, থাওৰা সমষ্টি(Thowra Constituency)ত সুশান্ত বৰগোহাঁই(Sushanta Borgohain)ক আৰু মৰিয়নী সমষ্টি(Mariani Constituency)ত ৰূপজ্যোতি কুৰ্মী(Rupjyoti Kurmi)ক দলীয় প্ৰাৰ্থিত্ব দিয়াৰ