Category: Assamese News

অহা ৬ ছেপ্তেম্বৰৰ পৰা পুনৰ খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ

অহা ৬ ছেপ্তেম্বৰৰ পৰা পুনৰ খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ

 ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ লগে লগে 6 ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পর্যায়ক্ৰমে খুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা প্ৰদান কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে ৷ যিসমূহ জিলাত ক’ভিড আক্ৰান্তৰ হাৰ 2 শতাংশৰ তললৈ হ্ৰাস পাইছে সেই জিলাসমূহত দ্বাদশ, স্নাতক চূড়ান্ত বর্ষ আৰু স্নাতকোত্তৰ

বিহালী চাহ বাগিছাত যক্ষ্মা সজাগতা সভা

বিহালী চাহ বাগিছাত যক্ষ্মা সজাগতা সভা

ৰাষ্ট্রীয় যক্ষ্মা দুৰীকৰণ আঁচনিৰ অধীনত বিহালী যক্ষ্মা গোটৰ সৌজন্যত আজি যক্ষ্মা সজাগতা সভা অনুষ্ঠিত হয় !মহকুমা স্বাস্হ্য ওচিকিৎসা বিষয়া ডা.যোগেন চন্দ্র বে ৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাৰ আঁত ধৰে বিহালী খণ্ড প্রাথমিক স্বাস্হ্য কেন্দ্রৰ  যক্ষ্মা গোটৰ  জেষ্ঠ নিৰিক্ষক  অভিজিত বৰুৱাই !বৰুৱাই যক্ষ্মা নির্মুলকৰণ আঁচনি চৰকাৰী ব্যৱস্হা আৰু জনসাধাৰণৰ সজাগতা সম্পর্কত

অৱশেষত স্বাক্ষৰিত হ’ল Karbi Peace Accord

অৱশেষত স্বাক্ষৰিত হ’ল Karbi Peace Accord

দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি সংগঠনৰ প্ৰতিনিধিসকলৰ উপস্থিতিত চৰকাৰে শনিবাৰে ত্ৰিপাক্ষিক কাৰ্বি শান্তি চুক্তি স্বাক্ষৰ কৰে । ” ঐতিহাসিক কাৰ্বি আংলং চুক্তি স্বাক্ষৰ । মোডী চৰকাৰ দশকপুৰণি সংকট সমাধান, অসমৰ আঞ্চলিক অখণ্ডতা নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ,” গৃহমন্ত্ৰী অমিত শ্বাহে কয় । উল্লেখযোগ্য

উপ–নির্বাচনত ছটা সমষ্টিতে প্রার্থিত্ব দিব ৰাইজৰ দলে!

উপ–নির্বাচনত ছটা সমষ্টিতে প্রার্থিত্ব দিব ৰাইজৰ দলে!

কংগ্রেছৰ সৈতে মিত্রতাৰে আগন্তুক উপ–নির্বাচনত অৱতীর্ণ হ’বলৈ দিল্লীত তৎপৰ হৈ পৰা ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ প্রস্তাৱক পুনৰ নস্যাৎ কৰিছে প্রদেশ কংগ্রেছে৷ উপ–নির্বাচনৰ লগতে আগন্তুক লোকসভা নির্বাচনতো মিত্রতাৰে বিজেপিক পৰাভূত কৰাৰ প্রস্তাৱ লৈ যোৱাকেইদিন নতুন দিল্লীত ব্যস্ত হৈ থকা বিধায়ক অখিল গগৈ আজি গুৱাহাটীত উপস্থিত হৈ এই মিত্রতাৰ

নৱম আৰু দশম শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ পাঠ্যক্ৰম 40 শতাংশলৈ হ্ৰাস

নৱম আৰু দশম শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ পাঠ্যক্ৰম 40 শতাংশলৈ হ্ৰাস

ক’ভিড পৰিস্থিতিত বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ 2021-22 শৈক্ষিক বৰ্ষৰ বাবে নৱম আৰু দশম শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ পাঠ্যক্ৰম 40 শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) য়ে ৷ ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে এক জাননীযোগে এই ঘোষণা কৰিছে