Category: Assamese News

গুৱাহাটী: চিআইডিৰ চৰকাৰী কোৱার্টাৰত দেহ ব্যৱসায়

গুৱাহাটী: চিআইডিৰ চৰকাৰী কোৱার্টাৰত দেহ ব্যৱসায়

গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত নাৰী দেহৰ ৰমৰমীয়া বেহা চলাই আহিছে এটা অসাধু চক্রই৷ নাৰী দেহৰ বেহাত জড়িত হৈ পৰিছে আৰক্ষী বিষয়াও৷ কালি বশিষ্ঠ থানাৰ আৰক্ষীয়ে বেলতলাৰ গণেশ নগৰৰ স্বর্গপুৰত থকা

পহিলা অক্টোবৰৰ পৰা আৰম্ভ হ’ব নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান

পহিলা অক্টোবৰৰ পৰা আৰম্ভ হ’ব নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান

ৰাজ্যৰ ক’ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি নীতি-নিৰ্দেশনাসমূহ লাহে লাহে শিথিল কৰি অনা হৈছে । ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ লগে লগে আঁতৰিছে বাধা-নিষেধসমূহ । ইতিমধ্যে ২০ ছেপ্তেম্বৰৰ পৰা

কোকৰাঝাৰৰ এনকাউণ্টাৰৰ উচ্চপৰ্যায়ৰ ন্যায়িক তদন্ত দাবী সাংসদ ৰিপুন বৰাৰ

কোকৰাঝাৰৰ এনকাউণ্টাৰৰ উচ্চপৰ্যায়ৰ ন্যায়িক তদন্ত দাবী সাংসদ ৰিপুন বৰাৰ

কোকৰাঝাৰৰ এনকাউণ্টাৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে প্ৰতিবাদ-প্ৰতিক্ৰিয়া । ১৮ ছেপ্টেম্বৰত কোকৰাঝাৰ জিলাৰ উল্টাপানি বনাঞ্চলত আৰক্ষী বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নৱগঠিত বিদ্ৰোহী সংগঠন ‘ইউনাইটেড লিবাৰেচন ফৰ বড়োলেণ্ড’ৰ (ইউ এল বি) দুজন

ডিব্ৰুগড় জিলাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সমূহ ঘেৰাও কৰি আছুৰ প্ৰতিবাদ

ডিব্ৰুগড় জিলাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সমূহ ঘেৰাও কৰি আছুৰ প্ৰতিবাদ

অপৰাধ আৰু মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ কঠোৰ হোৱা সময়তে বুধাবৰে বিভিন্ন সমস্যা সমাধানৰ দাবীত ডিব্ৰুগড় জিলাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সমূহ ঘেৰাও কৰি আছুৱে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়

কোকৰাঝাৰত ইউ এল বিৰ তিনি সদস্য আটক

কোকৰাঝাৰত ইউ এল বিৰ তিনি সদস্য আটক

কোকৰাঝাৰৰ উল্টাপানীৰ লুংছুং বনাঞ্চলত আৰক্ষীৰে সংঘৰ্ষত দুগৰাকীকৈ সন্দেহযুক্ত ইউএলবি সদস্য নিহত হোৱাক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে বুধবাৰে আৰক্ষীয়ে ইউএলবি তিনি সদস্যক আটক কৰিবলৈ সক্ষম হৈছে । ইউএলবিৰ আটকাধীন কেডাৰ