ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ লগে লগে অহা ৬ ছেপ্ঢেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পর্যায়ক্রমে খুলিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ ক্ষেত্রত কেতবোৰ নীতি–নির্দেশনা প্রদান কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে৷ এই নতুন পৰিপূৰক এছ অ’ পি অনুসৰি যিসমূহ জিলাত ক’ভিড আক্রান্তৰ হাৰ ০২ শতাংশৰ তললৈ হ্রাস পাইছে, সেই জিলাসমূহত
Category: Assamese News
বিজেপিৰ বিৰুদ্ধে ত্ৰিপুৰাৰ ৰাইজক প্ৰতাৰণা কৰাৰ অভিযোগ তুলি আগন্তুক দুবছৰৰ ভিতৰত তৃণমূলে ত্ৰিপুৰাত চৰকাৰ গঠন কৰিব বুলি দাবী তৃণমূল কংগ্ৰেছ(Trinamool Congress)ৰ নেত্ৰী সুস্মিতা দেৱৰ ৷ 15 দিনীয়া ভ্ৰমণসূচী লৈ ত্ৰিপুৰাত উপস্থিতি হোৱা All India Trinamool Congressৰ নেত্ৰীগৰাকীয়ে শুকুৰবাৰে তীব্ৰ বাক্যবাণেৰে শাসকীয় দল বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ 2018 চনত
ক্ৰমাগতভাৱে ৰাজ্যত বহু অপৰাধী চক্ৰৰ সক্ৰিয়তাৰ তথ্য নিতৌ পোহৰলৈ আহিয়েই আছে ৷ একেদৰে নাৰী সৰবৰাহকাৰী চক্ৰটোৱেও ৰাজ্যৰ কিশোৰী, যুৱতী, মহিলা সকলক বিভিন্ন প্ৰলোভন কিম্বা বিবাহ আদিৰ প্ৰতিশ্ৰুতিৰে সময়ে সময়ে বহিঃ ৰাজ্যলৈ লৈ গৈ পণ্য সামগ্ৰীৰ দৰে বিক্ৰী কৰাৰ ঘটনাও নতুন নহয় ৷ শেহতীয়াকৈ এই চক্ৰটোৰ এটা অপৰাধী মোজাম্মিল হক ওৰফে
ঢকুৱাখনাৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰী গুলীবিদ্ধ ৷ আৰক্ষীৰ গুলীত আহত হত্যাকাৰী ৰিণ্টু শৰ্মা৷ আৰক্ষীৰ মাৰণাস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰোতেই গুলীচালনা৷
কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ গুয়াবাৰীত আজি দিনৰ বাৰ মান বজাত এগৰাকী যুৱকে ৰেলৰ আগত জপিয়াই আত্মহত্যা কৰাৰ ঘটনাই গুয়াবাৰী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। প্ৰাপ্ত বাতৰি মতে গোসাঁইগাঁও থানাৰ দলগাঁওৰ বাসিন্দা প্ৰয়াত হৰিদাস ৰায়ৰ পুত্ৰ বিষ্ণু ৰায়ে(৩৪) আজি দুপৰীয়া বাৰ মান বজাত নামণিমুৱা এখন মালবাহী