অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মঙলবাৰে বিয়লি নাগালেণ্ডৰ ডিমাপুৰত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিৱ’ৰ উপস্থিতিত নগা চছিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ডৰ ইচাক মুইভা গোটৰ লগত এক বৈঠকত মিলিত হয় ।
Category: Assamese News
অৱশেষত ছিপাঝাৰৰ ধলপুৰত চলিল প্রশাসনৰ বুলেডজাৰ৷ ব্রহ্মপুত্রৰ চৰ–চাপৰি এলেকাৰ ১নং আৰু ৩নং ধলপুৰত প্রশাসনে আজি উচ্ছেদ অভিযান চলাই প্রায় ৪,৫০০ বিঘা ভূমি বেদখলমুক্ত কৰে৷ আনহাতে, উচ্ছেদ অভিযানৰ সময়ছোৱাত উক্ত ঠাইত
১৯৪২ চনৰ জাতীয় শ্বহীদ দয়াল দাস পাণিকা দেৱৰ ৭৯ সংখ্যক শ্বহীদ দিৱস উদযাপন সদৌ অসম পাণিকা সমাজ ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বাহিপুখুৰী চাহ বাগিচাৰ উপ শাখাৰ সহযোগত
ভাৰতীয় চাহ বোৰ্ডে অহা ২৬ ছেপ্টেম্বৰত কলিকতাৰ চাহ কেন্দ্ৰৰ অন্তৰ্গত সমগ্ৰ চাহ বাগিচা সমূহত “আজাদি কি অমৃত মহোৎসৱ”, কাৰ্যসূচী উদযাপন কৰিব । দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ লগত সংগতি
ক’ভিড পৰিস্থিতিৰ বাবে বন্ধ হৈ থকা চলচ্চিত্র গৃহসমূহ অহা অক্টোবৰ মাহৰ পৰা খোলাৰ সম্ভাৱনা আছে৷ দেওবাৰে সংবাদ মাধ্যমৰ আগত এই ইংগিত দি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই কয় যে চৰকাৰে চিনেমা গৃহসমূহ