এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীয়ে অসম আৰক্ষীৰ জালত পেলালে মেঘালয়ৰ মহিলাক। অসম আৰক্ষীয়ে মেঘালয় আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল মেঘালয়ৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰীক। মেঘালয়ৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰী মহিলা গৰাকী বৰ্তমান ভঙাগড় থানাৰ আলহী। মহানগৰ আৰক্ষীয়ে কিছুদিন পূৰ্বে নিচাজাতীয় য়াবা টেবলেটসহ গ্ৰেপ্তাৰ কৰিছিল এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীক। ৮৫০০ টা য়াবা টেবলেটসহ
Category: Assamese News
নতুন চৰকাৰৰ আমোলত জনতা ভৱনৰ বাহিৰত আজি প্ৰথম খন কেবিনেট বৈঠক অনুষ্ঠিত হয়। কইনাধৰাত পুনৰ প্ৰাণ পাই উঠিল ৰাজ্যিক অতিথিশালা। কইনাধৰাত শেষ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল ২০১৬ৰ ২০ মে’ত। কেবিনেট বৈঠকৰ অন্তত কিছুসময়ৰ পিছতেই সংবাদমেলৰ জৰিয়তে সিদ্ধান্তৰ কথা ঘোষণা কৰে। কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত সমুহ হৈছে- বক্সাৰ যমুনা বড়ো আৰু
শিৱসাগৰৰ এগৰাকী অসহায় অসমীয়া বিধৱা মহিলাক তেওঁৰ ন্যায প্রাপ্তিৰ দাবীত সহায়ৰ হাত আগবঢ়োৱা বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাক উদ্দেশ্য কৰি বঙালী ফেডাৰেচনে কৰা মন্তব্যক লৈ বীৰ লাচিত সেনাৰ সদস্যই উত্তাল কৰে শিৱসাগৰ নগৰৰ মাজমজিয়া । প্ৰায় দুদিন পূৰ্বে এগৰাকী ব্যৱসায়িক ধমক দিছিল শৃংখল চলিহাই ৷ অবৈধভাৱে
ৰাজ্যত পুনৰ সংঘটিত হৈছে বোৱাৰী নিগ্ৰহৰ ঘটনা ৷ অভিযোগ অনুসৰি, যৌতুক(Dowry) বিচাৰি ন-বোৱাৰীক চলোৱা হৈছে অকথ্য নিৰ্যাতন ৷ বোৱাৰীৰ পৰিয়ালে যৌতুক দিবলৈ অসমৰ্থ হোৱাত বিয়াৰ পাচতেই তেওঁ স্বামী আৰু স্বামীৰ পৰিয়ালৰ অত্যাচাৰৰ বলি হ’বলগীয়াত পৰে ৷ এই ঘটনা সংঘটিত হৈছে ধুবুৰীৰ চাপৰৰ ঘুনিমাৰী গাঁৱত ৷ জানিব পৰা মতে, বঙাইগাঁও জিলাৰ
ৰাজ্যজুৰি অব্যাহত আছে ভদীয়া বানৰ তাণ্ডৱ, দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত চৰাঞ্চলত ভদীয়া বানে চলাইছে তাণ্ডৱ, বাঘমাৰা-আলোপতিচৰ সংযোগী সদ্যব্যস্ত ৰাজপথৰ পকী কালভাৰ্ট বাঢ়নি পানীৰ সোঁতে উটুৱাই নিয়াত ব্যাহত হৈ পৰিছে যাতায়ত আৰু ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। সদ্যব্যস্ত ৰাজপথৰ পকী কালভাৰ্ট বাঢ়নি পানীৰ সোঁতে উটুৱাই নিয়াৰ ফলত ক্ৰমে আলোপতি,