Category: Assamese News

শিৱসাগৰত নিশা গোপন বৈঠক ভূপেন বৰা–অখিল গগৈৰ

শিৱসাগৰত নিশা গোপন বৈঠক ভূপেন বৰা–অখিল গগৈৰ

অসম বিধানসভাৰ আগন্তুক উপ–নির্বাচনক কেন্দ্র কৰি ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে তৎপৰতা৷ এনে তৎপৰতাৰ অংশৰূপে যোৱানিশা শিৱসাগৰ নগৰৰ শিৱা পেলেচ হোটেলত অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ মাজত এক গোপন বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠক সন্দর্ভত অসম প্রদেশ

চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ:প্ৰতিমাহত লাভ কৰিব পাৰিব ৪৫০০ টকা

চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ:প্ৰতিমাহত লাভ কৰিব পাৰিব ৪৫০০ টকা

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ।যদি চৰকাৰী কৰ্মচাৰীসকলে এতিয়াও ২০২০–২১ শিক্ষা বৰ্ষৰ বাবে টকা ক্লেইম কৰা নাই তেন্তে এতিয়া ক্লেইম কৰি ৪৫০০ টকাকৈ প্ৰতিমাহত লাভ কৰিব পাৰিব। ক’ভিড–১৯ লকডাউনৰ বাবে বহু সংখ্যক চৰকাৰী কৰ্মচাৰীয়ে এডুকেচন এলাউঞ্চ ক্লেইম কৰিব পৰা নাছিল।কেন্দ্ৰীয় চৰকাৰে এই ক্লেইম কৰাৰ বাবে ডাঙৰ স্বস্তি দিছে।২৫ লাখ কৰ্মচাৰীয়ে নিজেই

কঠোৰ অনুশীলনত ব্যস্ত এজাক নিবনুৱা যুৱক – যুৱতী

কঠোৰ অনুশীলনত ব্যস্ত এজাক নিবনুৱা যুৱক – যুৱতী

অসম চৰকাৰৰ এক লাখ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ এইলৈ এক চেপ্তেম্বৰৰ পৰা আৰম্ভ হব ৰাজ্যৰ অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া ৷মুঠ ৬৬৬২ জন কনিষ্টবল নিযুক্তিৰ বাবে ইতিমধ্যে ১৫ খন জিলাত আৰম্ভ হৈছে এই নিযুক্তি প্ৰক্ৰিয়া ৷এই বাতৰি পোৱাৰ লগে লগে উৎসাহিত হৈ পৰিছে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতী সকল  |বৰপেটাৰোডটো তাৰ পূৰ্ণ

আইএএছৰ পদ ত্যাগ কৰি, ব্যৱসায়ৰ পথ বাচি লোৱা যুৱক বৰ্তমান ১৪,০০০ কোটি টকীয়া কোম্পানীৰ মালিক

আইএএছৰ পদ ত্যাগ কৰি, ব্যৱসায়ৰ পথ বাচি লোৱা যুৱক বৰ্তমান ১৪,০০০ কোটি টকীয়া কোম্পানীৰ মালিক

 সকলোৰে বাবে সফলতাৰ এক নিজা সংজ্ঞা আছে। কোনোবাই চিকিৎসক হ’ব বিচাৰে, আকৌ আন কোনোবাই চৰকাৰী অভিযন্তা হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰে। কিন্তু কিছুমান এনে লোক আছে যিয়ে নিজৰ সপোন সাৰ্থক কৰিবলৈ উচ্চ পদস্থ চৰকাৰী বিষয়াৰ পদবী এৰিবলৈ সংকোচ নকৰে। ঠিক তেনে এগৰাকী ব্যক্তি হৈছে প্ৰাক্তন আই এ এছ বিষয়া ৰোমান চাইনি।

বিভিন্ন সমস্যা সমাধানৰ দাবীত আমছুৰ দহ দফীয়া স্মাৰক পত্ৰ প্ৰদান

বিভিন্ন সমস্যা সমাধানৰ দাবীত আমছুৰ দহ দফীয়া স্মাৰক পত্ৰ প্ৰদান

আজি আমছুৰ কেন্দ্ৰীয় সহঃ সাধাৰণ সম্পাদক গিয়াছ উদ্দিন তাপাদাৰ, আমছু নেতা মনোৱাৰ হুছেইনৰ নেতৃত্বত জিলা সভাপতি কবিৰ আহমেদ লস্কৰ, কাৰ্যকৰী সভাপতি মামুন ৰচিদ,  উপ সভাপতি ক্ৰমে- মুফচ্ছিল খান, সেলিম উদ্দিন, শ্বিবিৰ আহমেদ সহ আমছু হোজাই জিলা সমিতিৰ এটা সজাতি দলে হোজাইৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত দহ দফীয়া দাবীত জিলা উপায়ুক্ত