Category: Assamese News

কেইবাটাও দাবীৰে সদৌ অসম উন্নয়ন প্ৰাধিকৰণ কৰ্মচাৰী ঐক্য মঞ্চৰ সংবাদমেল

কেইবাটাও দাবীৰে সদৌ অসম উন্নয়ন প্ৰাধিকৰণ কৰ্মচাৰী ঐক্য মঞ্চৰ সংবাদমেল

উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰীসকলৰ চাকৰিৰ প্ৰাদেশিকীকৰণকে ধৰি চাকৰিৰ নিৰাপত্তা, অনিশ্চিত দৰমহা , অৱসৰৰ পাছত আৰু কৰ্মৰত অৱস্থাত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালক পেঞ্চন , গ্ৰেছুইটি ‍আৰু ভৱিষ্যতনিধি আদিকে ধৰি প্ৰধান সমস্যাসমূহ অতি

৪০০ জনজাতীয় গাঁৱক লৈ ৰাজ্যত স্থাপন হ’ব বন–ধন কেন্দ্র

৪০০ জনজাতীয় গাঁৱক লৈ ৰাজ্যত স্থাপন হ’ব বন–ধন কেন্দ্র

ৰাজ্যৰ জনজাতীয় লোকসকলৰ সামগ্রিক উন্নয়নৰ বাবে কেন্দ্রীয় চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰে কেইবাখনো নতুন আঁচনি ৰূপায়ণ কৰিব৷ বিশেষকৈ জনজাতীয় লোকসকলে উৎপাদন কৰা বিভিন্ন সামগ্রীক এখন বজাৰ দিয়াৰ বাবে কেতবোৰ নতুন পদক্ষেপ

SI কেলেংকাৰীৰ অন্যতম অভিযুক্ত নৃপেন নাথৰ আত্মসমৰ্পণ

SI কেলেংকাৰীৰ অন্যতম অভিযুক্ত নৃপেন নাথৰ আত্মসমৰ্পণ

SI কেলেংকাৰীৰ অন্যতম অভিযুক্তৰ আত্মসমৰ্পন ৷ SI কেলেংকাৰীৰ অন্যতম অভিযুক্ত নৃপেন নাথৰ আত্মসমৰ্পণ । ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতত সোমবাৰে আত্মসমৰ্পণ নৃপেন নাথৰ । বিশেষ ন্যায়াধীশৰ আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ

জনজাতিকৰণ সম্পৰ্কত চৰকাৰক স্থিতি স্পষ্ট কৰাৰ দাবী সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ

জনজাতিকৰণ সম্পৰ্কত চৰকাৰক স্থিতি স্পষ্ট কৰাৰ দাবী সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ

“জনজাতিকৰণৰ অবিহনে সদৌ অসম কোচ ৰাজবংশী সন্মিলনী ক্ষান্ত নহয় ৷” সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত এই মন্তব্য কৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱে ৷

নামবৰ বাগানত উদ্ধাৰ হৈছে দুটা মৃতদেহ

নামবৰ বাগানত উদ্ধাৰ হৈছে দুটা মৃতদেহ

  পুৱাই নামবৰ বাগানত উদ্ধাৰ হৈছে এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মৃতদেহ। কাম কৰিবলৈ অহা শ্ৰমিকে প্ৰত্যক্ষ কৰে মৃতদেহ দুটা। লগেলগে বৰপথাৰ আৰক্ষীক খবৰ দিয়ে। মহিলা গৰাকীৰ নাম মীৰা কুৰ্মী