কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ নগৰবেৰাৰ একাধিক গাওঁ বানপানীৰ কবলত। শেহতীয়াকৈ বানপানীত প্লাৱিত হৈছে অঞ্চলটোৰ একাধিক গাওঁ-ৰাজপথ। ৰাজপথ জলমগ্ন হোৱাত ৰাইজৰ যাতায়তত বিপৰ্যয় নমাৰ সমন্তৰালকৈ চৰণীয়া পথাৰ প্লাৱিত হোৱাত পোহনীয়া জীৱকুলৰো ভীষণ খাদ্য সংকট হৈছে। নগৰবেৰাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মন্দিৰা-মালিবাৰী গড়কাপ্তানি পকী পথ পানীৰ তলত যাৰ বাবে স্থলপথেৰে যাতায়ত বিশ্চিন্ন
Category: Assamese News
শুকুৰবাৰে লখিমপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ এনএইচপিচিৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে সংগঠনটো ৷ উল্লেখযোগ্য যে, দীৰ্ঘ দিনৰ পৰা সংগঠনটোৱে এনএইচপিচিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে ৰাইজৰ সহযোগত ৷ কিন্তু আজিকোপতি কেন্দ্ৰ কি ৰাজ্য চৰকাৰ, কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই এই সমস্যাটোৰ ওপৰত ৷ সেয়েহে উপায়ন্তৰ
অন্ত পৰিল এক প্রচুৰ সম্ভাৱনাৰ৷ দাওদাওকৈ জ্বলি উঠিল চিতাৰ অগ্ণিশিখা৷ সপোনবোৰ সপোন হৈয়ে ৰ’ল৷ ঢ়কুৱাখনাৰ চিৰপ্রবহমান চাৰিকডীয়া নৈৰ পাৰৰ ৰাজহুৱা শ্মশানত জ্বলি উঠা চিতাৰ জুই দেখি ৰ’ব নোৱাৰিলে তেওঁৰ পৰিয়াল, আত্মীয়–স্বজন আৰু ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ অধ্যাপক তথা ছাত্র–ছাত্রীসকল৷যোৱা ২১ আগষ্টত দিন–দুপৰতে বর্বৰ আক্রমণৰ বলি হৈ চাৰি দিনকৈ ডিব্রুগডৰ এখন ব্যক্তিগত
সদৌ অসম মটৰ পৰিবহণ সংস্থাই ঘোষণা কৰিলেও ৰাজ্যত বাছভাৰা পুনৰ বৃদ্ধি কৰিবলৈ দিয়া নহ’ব বুলি সদৰী কৰিছে পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি পৰিবহণ মন্ত্রীজনে কয় যে সর্বসাধাৰণৰ ওপৰত মাধমাৰ শোধাই ভাৰা বৃদ্ধি কৰিবলৈ অনুমতি দিয়া নহ’ব৷ বাছৰ ভাৰা কোনো কাৰণতে বৃদ্ধি নহয়৷ সেয়েহে সাধাৰণ ৰাইজক
প্ৰথমে ধৰ্ষণ, তাৰ পিছত চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰা হৈছিল এগৰাকী কিশোৰীক । সোণাৰীৰ টিঙালীবাম চাহ বাগিচাৰ ছয় বছৰীয়া কিশোৰী গৰাকীৰ হত্যাকাণ্ডত জড়িত অপৰাধীয়ে আগবাঢ়াইছে এই বিস্ফোৰক ভাষ্য । উল্লেখযোগ্য যে, সোণাৰীৰ টিঙালীবাম চাহ বাগিচাত সংঘটিত হত্যাকাণ্ডৰ লগত জড়িত দুই অপৰাধীক বৃহস্পতিবাৰে আটক কৰবিলৈ সক্ষম হৈছে আৰক্ষী । কণমানী