SI কেলেংকাৰীৰ অন্যতম অভিযুক্ত নৃপেন নাথৰ আত্মসমৰ্পণ

1 min read
SI কেলেংকাৰীৰ অন্যতম অভিযুক্তৰ আত্মসমৰ্পন ৷ SI কেলেংকাৰীৰ অন্যতম অভিযুক্ত নৃপেন নাথৰ আত্মসমৰ্পণ । ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতত সোমবাৰে আত্মসমৰ্পণ নৃপেন নাথৰ । বিশেষ ন্যায়াধীশৰ আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে অভিযুক্ত নাথক ৷ ইয়াৰ পূৰ্বে আদালতে পলাতক ঘোষণা কৰিছিল নৃপেন নাথক ৷ ইতিমধ্যে SI কেলেংকাৰীৰ সন্দৰ্ভত 38 জনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷

You May Also Like

More From Author