December 2, 2021

SI কেলেংকাৰীৰ অন্যতম অভিযুক্ত নৃপেন নাথৰ আত্মসমৰ্পণ

SI কেলেংকাৰীৰ অন্যতম অভিযুক্তৰ আত্মসমৰ্পন ৷ SI কেলেংকাৰীৰ অন্যতম অভিযুক্ত নৃপেন নাথৰ আত্মসমৰ্পণ । ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতত সোমবাৰে আত্মসমৰ্পণ নৃপেন নাথৰ । বিশেষ ন্যায়াধীশৰ আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে অভিযুক্ত নাথক ৷ ইয়াৰ পূৰ্বে আদালতে পলাতক ঘোষণা কৰিছিল নৃপেন নাথক ৷ ইতিমধ্যে SI কেলেংকাৰীৰ সন্দৰ্ভত 38 জনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷
error: Content is protected !!
%d bloggers like this: