কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ গুয়াবাৰীত আজি দিনৰ বাৰ মান বজাত এগৰাকী যুৱকে ৰেলৰ আগত জপিয়াই আত্মহত্যা কৰাৰ ঘটনাই গুয়াবাৰী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। প্ৰাপ্ত
Category: Assamese News
ক’ভিডসৃষ্ট জটিল পৰিস্থিতিত দীর্ঘদিন ধৰি বন্ধ হৈ থকা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খোলাৰ পদক্ষেপ গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ আজিৰে পৰা কার্যকৰী হোৱাকৈ জাৰি কৰা এছ অ’ পিযোগে স্নাতকোত্তৰ বা সমপর্যায়ৰ পাঠ্যক্রম, স্নাতক
ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে কেইবাদিনো ধৰি মাজুলী-নিমাতী ফেৰী সেৱা বন্ধ হৈ থকাৰ পাছত অৱশেষত বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ কৰা হ’ল ফেৰী সেৱা । মাজুলী জিলা প্ৰশাসনে নিৰ্দেশমৰ্মে আৰম্ভ কৰা
‘‘অসমত নচলিব বঙালীগিৰি নাইবা অন্য গিৰি ৷ অসমত চলিব কেৱল অসমীয়াগিৰি ৷’’ বঙালী ফেডাৰেশ্বনক হুংকাৰ তিতাবৰ বীৰ লাচিত সেনাৰ ৷ যাৰ বিৰুদ্ধে বুধবাৰে তিতাবৰ চহৰৰ মাজ মজিজাত প্ৰতিবাদ সাব্যস্ত কৰে তিতাবৰ শাখাৰ বীৰ লাচিত সেনাই
বাগিছাৰ সহকাৰী পৰিচালকে বাংলোত কাম কৰিবলৈ নি এগৰাকী নাবালিকাক ধৰ্ষণ কৰি অন্তঃসত্বা কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পাচতে বৃহস্পতিবাৰে সোণাৰিৰ টাওকাক চাহ বাগিচাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ টাওকাক চাহ বাগিচাৰ