Category: Assamese News

জেঠায়েকৰ পুত্র আসিক গুপ্তাই হত্যা কৰিছিল ডিম্পলক: উদ্ধাৰ মোবাইল ফোন

জেঠায়েকৰ পুত্র আসিক গুপ্তাই হত্যা কৰিছিল ডিম্পলক: উদ্ধাৰ মোবাইল ফোন

গুৱাহাটীৰ উজানবজাৰত বুধবাৰে দিন-দুপৰতে সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ নতুন মোৰ । সম্পৰ্কীয় ভাতৃয়ে হত্যা কৰিছিল কিশোৰী ডিম্পল কুমাৱতক । অৱশেষত আৰক্ষী জেৰাত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিলে হত্যাকাৰী আশিক গুপ্তাই ।

অসম আৰক্ষীয়ে মেঘালয় আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল মেঘালয়ৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰীক

অসম আৰক্ষীয়ে মেঘালয় আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল মেঘালয়ৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰীক

এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীয়ে অসম আৰক্ষীৰ জালত পেলালে মেঘালয়ৰ মহিলাক। অসম আৰক্ষীয়ে মেঘালয় আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল মেঘালয়ৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰীক। মেঘালয়ৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰী মহিলা গৰাকী বৰ্তমান

অসম গৌৰৱ যমুনা বড়ো আৰু সঞ্জয় বড়োক আবকাৰী পৰিদৰ্শক হিচাপে নিযুক্তি

অসম গৌৰৱ যমুনা বড়ো আৰু সঞ্জয় বড়োক আবকাৰী পৰিদৰ্শক হিচাপে নিযুক্তি

নতুন চৰকাৰৰ আমোলত জনতা ভৱনৰ বাহিৰত আজি প্ৰথম খন কেবিনেট বৈঠক অনুষ্ঠিত হয়। কইনাধৰাত পুনৰ প্ৰাণ পাই উঠিল ৰাজ্যিক অতিথিশালা। কইনাধৰাত শেষ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল ২০১৬ৰ ২০ মে’ত। কেবিনেট

বীৰ লাচিত সেনা অসমে দাহ কৰিলে বঙালী সংগঠনৰ নেতাৰ প্ৰতিকৃতি

বীৰ লাচিত সেনা অসমে দাহ কৰিলে বঙালী সংগঠনৰ নেতাৰ প্ৰতিকৃতি

 শিৱসাগৰৰ এগৰাকী অসহায় অসমীয়া বিধৱা মহিলাক তেওঁৰ ন্যায প্রাপ্তিৰ দাবীত সহায়ৰ হাত আগবঢ়োৱা বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাক উদ্দেশ্য কৰি বঙালী ফেডাৰেচনে কৰা মন্তব্যক লৈ বীৰ

যৌতুকৰ বাবে নিৰ্যাতনৰ বলি এগৰাকী ন-বোৱাৰী

যৌতুকৰ বাবে নিৰ্যাতনৰ বলি এগৰাকী ন-বোৱাৰী

ৰাজ্যত পুনৰ সংঘটিত হৈছে বোৱাৰী নিগ্ৰহৰ ঘটনা ৷ অভিযোগ অনুসৰি, যৌতুক(Dowry) বিচাৰি ন-বোৱাৰীক চলোৱা হৈছে অকথ্য নিৰ্যাতন ৷ বোৱাৰীৰ পৰিয়ালে যৌতুক দিবলৈ অসমৰ্থ হোৱাত বিয়াৰ পাচতেই তেওঁ স্বামী আৰু স্বামীৰ