Category: Assamese News

শিক্ষানুষ্ঠান খোলাৰ এছঅ’পি ৩ দিনৰ ভিতৰতঃ পর্যায়ক্রমে ৰাজ্যত আৰম্ভ হ’ব পাঠদান

শিক্ষানুষ্ঠান খোলাৰ এছঅ’পি ৩ দিনৰ ভিতৰতঃ পর্যায়ক্রমে ৰাজ্যত আৰম্ভ হ’ব পাঠদান

 ক’ভিড পৰিস্থিতি ক্রমাৎ ৰাজ্যত উন্নত হ’বলৈ আৰম্ভ হোৱাৰ লগে লগে শিক্ষানুষ্ঠানসমূহ অহা ১ ছেপ্টেম্বৰৰ পৰা পুনৰ খুলিবলৈ চিন্তা–চর্চা কৰিছে ৰাজ্য চৰকাৰে৷ বিশেষকৈ দশম, দ্বাদশ, স্নাতক চূড়ান্ত বর্ষৰ লগতে কাৰিকৰী শিক্ষা প্রতিষ্ঠানৰ পাঠদান পুনৰ আৰম্ভ হ’ব বুলি ইতিমধ্যে সদৰী কৰিছে ৰাজ্য চৰকাৰে৷ শিক্ষানুষ্ঠানসমূহ ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে পুনৰ আৰম্ভ কৰাৰ সময়ত পালন

৫০ শতাংশ ভাৰা বৃদ্ধিৰে ১ ছেপ্টেম্বৰৰ পৰা বাছ সেৱা

৫০ শতাংশ ভাৰা বৃদ্ধিৰে ১ ছেপ্টেম্বৰৰ পৰা বাছ সেৱা

বৃহৎ লোকচানৰ সন্মুখীন হোৱা বাছৰ ভাৰা চৰকাৰে বৃদ্ধি নকৰিলে ৰাজ্যত ৫০ শতাংশ ভাৰা বৃদ্ধিৰে বাছ সেৱা আৰম্ভ কৰা হ’ব ৷ দেওবাৰে তেজপুৰত সদৌ অসম মটৰ পৰিবহণ সন্থাই এই সিদ্ধান্ত ঘোষণা কৰাৰ লগতে এলানি দাবীও উত্থাপন কৰে৷ উল্লেখ্য যে দেওবাৰে তেজপুৰত সদৌ অসম মটৰ পৰিবহণ সন্থাৰ এক বিশেষ জৰুৰী সভা অনুষ্ঠিত

১ অক্টোবৰৰ পৰা মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

১ অক্টোবৰৰ পৰা মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ১ অক্টোবৰৰ পৰা উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উক্ত বিষয় সন্দৰ্ভত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে কয় যে, “বৰ্তমানলৈ কাজিৰঙাত বানপানী হোৱা নাই যদিও পাছিঘাটত ব্ৰহ্মপুত্ৰৰ পানীৰ স্তৰ বৃদ্ধি পাইছে। যদি বানপানীৰ আশংকা নাইকিয়া হয়, তেন্তে বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰ্যটনৰ পথবোৰ ছেপ্টেম্বৰত

বৰপেটা চহৰক ঐতিহ্য নগৰী হিচাপে গঢ়ি তুলিবলৈ সাংসদ আব্দুল খালেকৰ কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰীলৈ পত্ৰ

বৰপেটা চহৰক ঐতিহ্য নগৰী হিচাপে গঢ়ি তুলিবলৈ সাংসদ আব্দুল খালেকৰ কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰীলৈ পত্ৰ

বৰপেটাৰ সাংসদ আব্দুল খালেকে সত্ৰ নগৰী তথা ৰাজ্যৰ এখন অতি পুৰণি চহৰ বৰপেটাক ঐতিহ্য নগৰী হিচাপে গঢ়ি তুলিবলৈ কেন্দ্ৰীয় পৰ্যটন বিকাশ মন্ত্ৰী জি কিষান ৰেডডীলৈ অনুৰোধ জনাইছে। উল্লেখযোগ্য যে ৰাজ্যৰ এখন আগশাৰীৰ সত্ৰ কেন্দ্ৰীক স্থান হিচাপে পৰিগণিত তথা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰা অসমৰ সবাতোকৈ বৃহৎ কীৰ্তন ঘৰ থকা

লাহৰিঘাট শান্তিপুৰত দেহ ব্যৱসায়ৰ ঘাটি উৎখাত

লাহৰিঘাট শান্তিপুৰত দেহ ব্যৱসায়ৰ ঘাটি উৎখাত

মৰিগাঁও জিলাৰ লাহৰীঘাটত নাৰী দেহ ব্যৱসায় উৎখাত কৰিলে স্হানীয় ৰাইজে। লাহৰীঘাটৰ শান্তিপুৰৰ পৰা ৰাইজৰ সহযোগত লাহৰীঘাট আৰক্ষীয়ে নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত দুজনকৈ ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে,লাহৰীঘাটৰ শান্তিপুৰৰ ইক্ৰামুল হুছেইন নামৰ এজন ব্যক্তিয়ে নিজ গৃহত এই দীৰ্ঘদিন ধৰি দেহ ব্যৱসায় চলাই আহিছিল বুলি স্থানীয় ৰাইজৰ অভিযোগ। যোৱা ২০