Category: Assamese News

কেনে আছে নন্দিতা শইকীয়া ?

কেনে আছে নন্দিতা শইকীয়া ?

ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্চিং হোমত চিকিৎসাধীন হৈ আছে ধেমাজিৰ মৰিধল মহিবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া ৷ সম্প্ৰতি ছাত্ৰী গৰাকী সংকটজনক অৱস্থাত ক’মাত আছে বুলি জানিব পৰা গৈছে । পূৰ্বৰ দৰেই সোমবাৰেও একেই অৱস্থাতে আছে নন্দিতাৰ স্বাস্থ্যৰ অৱস্থা ৷ একাংশ সংবাদ মাধ্যমত শেহতীয়াকৈ নন্দিতাৰ মৃত্যু হোৱা বুলি বাতৰি প্ৰচাৰ কৰা হোৱাৰ পিছত

বিয়াৰ প্ৰলোভনেৰে বিশেষভাৱে সক্ষম যুৱতীক যৌন নিৰ্যাতনৰ অভিযোগ

বিয়াৰ প্ৰলোভনেৰে বিশেষভাৱে সক্ষম যুৱতীক যৌন নিৰ্যাতনৰ অভিযোগ

ধুবুৰীৰ এগৰাকী বিশেষভাৱে সক্ষম অসহায় যুৱতীক অপহৰণ কৰি নি ভাড়া ঘৰত ৰাখি উপৰ্যুপৰি ধৰ্ষণ কৰাৰ এক ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ধুবুৰীত। স্থানীয় লোকে সদৰি কৰা মতে, ধুবুৰীৰ ধৰ্মশালা অঞ্চলৰ স্নাতক উত্তীৰ্ণ বিশেষভাৱে সক্ষম যুৱতী গৰাকীৰ নেতৃত্বত গঠন কৰা হৈছিল এটা আত্মসহায়ক গোট । যোৱা 3 আগষ্টত আত্মসহায়ক গোটৰ ৮০

সাত খুন মাফ; কিয়নো ধৰ্ষণৰ অভিযুক্ত আই আই টিৰ ছাত্ৰ

সাত খুন মাফ; কিয়নো ধৰ্ষণৰ অভিযুক্ত আই আই টিৰ ছাত্ৰ

কেৱল আইআইটিৰ দৰে মৰ্যদা পূৰ্ণ প্ৰযুক্তি প্ৰতিষ্ঠানৰ ছাত্ৰ হোৱা বাবেই ধৰ্ষণৰ দৰে ঘৃণনীয় অপৰাধত অভিযুক্ত হৈও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অনুকম্পা বুটলা কাৰ্যই চকু কপালত তুলিছে সচেতন নাগৰিকৰ । উল্লিখিত প্ৰযুক্তি প্ৰতিষ্ঠানৰ ছাত্ৰ হোৱা বাবেই এখন আদালতে অভিযুক্তক ‘ৰাষ্ট্ৰৰ সম্পদ’ বুলি অভিহিত কৰি জামিনত মুকলি কৰি দিছে। অভিযোগ অনুসৰি, ২৮

Justice for Nandita : নন্দিতাৰ বাবে ন্যায় বিচাৰি ৰাজপথৰ প্ৰতিবাদ

Justice for Nandita : নন্দিতাৰ বাবে ন্যায় বিচাৰি ৰাজপথৰ প্ৰতিবাদ

ৰাজ্যত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নাৰী সুৰক্ষাৰ কথা কৈ থকা সময়তে ধেমাজিত যুৱকৰ দাৰ ঘাপত ছাত্ৰীৰ সংকটজনক অৱস্থাৰ সৃষ্টি হ’ল ৷ শনিবাৰে, ধেমাজিৰ মৰিধল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়াক একেখন কলেজৰে গ্ৰন্থাগাৰৰ কৰ্মচাৰী ৰিন্টু শৰ্মাই দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলাইছিল । এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । উক্ত ঘটনাক

ৰিভেৰিয়াত নিয়মীয়াকৈ হৈছিল ৰেভ পার্টী; ড্রাগ্ছ সৰবৰাহকাৰী অশোক বর্মনৰ বিস্ফোৰক স্বীকাৰোক্তি

ৰিভেৰিয়াত নিয়মীয়াকৈ হৈছিল ৰেভ পার্টী; ড্রাগ্ছ সৰবৰাহকাৰী অশোক বর্মনৰ বিস্ফোৰক স্বীকাৰোক্তি

খাৰঘুলিৰ ৰিভেৰিয়া এপার্টমেণ্টত ক’কেইনৰ পার্টী কৰা ঘটনাৰ বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ কালি লতাশিল আৰক্ষীয়ে বিল্ডাৰ বিকাশ জৈন, অশোক বর্মন আৰু চয়ন শইকীয়াক জিম্মাত লৈ তিনিওকে মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষীৰ জেৰাত তিনি অভিযুক্তই ড্রাগ্ছ সৰবৰাহ আৰু খাৰঘুলিৰ ৰিভেৰিয়াত অনুষ্ঠিত ৰেভ পার্টী সন্দর্ভত বহু বিস্ফোৰক স্বীকাৰোক্তি দিছে৷ তদন্তৰ খাতিৰত আৰক্ষীয়ে