নামবৰ বাগানত উদ্ধাৰ হৈছে দুটা মৃতদেহ

1 min read

 

পুৱাই নামবৰ বাগানত উদ্ধাৰ হৈছে এজন পুৰুষ আৰু
এগৰাকী মহিলাৰ মৃতদেহ।

কাম কৰিবলৈ অহা শ্ৰমিকে প্ৰত্যক্ষ কৰে মৃতদেহ দুটা।
লগেলগে বৰপথাৰ আৰক্ষীক খবৰ দিয়ে।

মহিলা গৰাকীৰ নাম মীৰা কুৰ্মী নামবৰ বাগানৰ স্থানীয় বুলি জানিব পৰা গৈছে যদিও পুৰুষ জনৰ পৰিচয় বৰ্তমানেও জানিব পৰা নাই।

বাগানত মৰা দৰৱ খাই আত্মহত্যা কৰিছে।

প্ৰেম জনীত কাৰণতে আত্মহত্যা কৰিছে বুলি স্থানীয় লোকৰ পৰা জানিব পৰা গৈছে।

মহিলা গৰাকী বিবাহিত যদিও স্বামীৰ পৰা বেলেগ হৈ
উক্ত ব্যক্তিজনৰ লগত সম্পৰ্ক গঢ়িছিল বুলি জানিব পৰা গৈছে।

You May Also Like

More From Author