অসমবাসীক গৌৰৱান্বিত কৰা ৰাজ্যৰ প্ৰতিষ্ঠিত লেখিকা তথা কবি মৌচুমী কলিতাক ভাৰতৰ ৭৫ তম স্বাধীনতা দিৱসৰ দিনা ‘সাহিত্য দক্ষতাত নিৰন্তৰ উৎকৃষ্টতা’ৰ বাবে গুজৰাট সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হয়। মৌচুমী কলিতাক গুজৰাট সাহিত্য অকাডেমীৰ অধ্যক্ষ বিষ্ণু পাণ্ডিয়া আৰু শিজু এইচ পলিথাজেথে বঁটা প্ৰদান কৰে। মৌচুমী কলিতাই বৰ্তমান গ্ৰিফিন প্ৰকাশনৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ
Category: Assamese News
শাসক দল বিজেপিৰ দৰেই উপ নিৰ্বাচনক লৈ ৰাইজৰ দল তৎপৰ হোৱা পৰিলক্ষিত হৈছে । ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ইতিমধ্যে উপ-নিৰ্বাচন হ’ব লগীয়া মৰিয়নী আৰু থাওৰা সমষ্টিত অনুষ্ঠিত কৰিছে কেইবাখনো সভা । উপ-নিৰ্বাচনক লক্ষ্য কৰি থাওৰা ভ্ৰমণ কৰা অখিল গগৈয়ে পুনৰ কংগ্ৰেছ দলৰ সৈতে মিত্ৰতা কৰি উপ-নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইচ্ছা
চাইবাৰ অপৰাধীয়ে এতিয়া এক প্ৰকাৰ আতংকিত কৰি তুলিছে সৰ্বসাধাৰণ জনতাক ৷ সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো এতিয়া সক্ৰিয় হৈ পৰিছে চাইবাৰ অপৰাধী ৷ সমগ্ৰ দেশৰ লগতে অসমতো এতিয়া চাইবাৰ অপৰাধীয়ে ভয়ংকৰ জাল পেলাইছে ৷ ৰাজ্যখনত দৈনিক সংঘটিত হৈছে চাইবাৰ অপৰাধৰ ন ন কাহিনী ৷ এইবাৰ আন্তঃৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইমৰ ঘাটি হৈ পৰিছে
বৃটিছ শাসনৰ কালছোৱাত ভাৰত চৰকাৰৰ “ইষ্টাৰ্ণ বেংগল ফ্ৰণ্টিয়াৰ ৰেগুলেচন এক্ট ১৮৭৩” পৱৰ্তন কৰি গাৰোপাহাৰ, খাছী আৰু জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, কামৰূপ, দৰং, শিৱসাগৰ, নগাওঁ, লখিমপুৰ আদি সামৰি আন্তঃৰাজ্যিক পাৰপত্ৰ পৱৰ্তন কৰিছিল । কিন্তু ভাৰত স্বাধীন হোৱাৰ লগে লগে এই আইন সংশোধন কৰি অসমৰ পৰা এই আইন প্ৰত্যাহাৰ কৰি বিদেশীৰ চৰণীয়া পথাৰলৈ ৰূপান্তৰীত
ৰাজ্য জুৰি অব্যাহত আছে ক’ৰণাৰ ঢৌৰ জুৰুলাময় পৰিবেশ। এই পৰিবেশে ইতিমধ্যে জুৰুলা কৰিছে দেশ আৰু ৰাজ্যৰ অৰ্থনীতি।ইয়াৰ মাজতে হুৰাহুৰে বৃদ্ধি পাব ধৰিছে অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্য । আৰু এই মূল্য বৃদ্ধি ৰোধ কৰাৰ প্ৰতিবাদত আজি মৰিগাঁও সদৰ ছাত্র সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ নেতৃত্বত মৰিগাঁও জিলাত এক মানৱ শৃংখল প্ৰতিবাদ সাব্যস্ত