আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত অব্যাহত আছে অসমীয়া ছবিৰ জয়যাত্রা৷ বিগত সময়ছোৱাত ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত কেইবাটাও সন্মান লাভ কৰা ‘বেলকনিত ভগৱান’ নামৰ ছবিখনে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবর্নত লাভ কৰিছে ইকুৱেলিটী ইন চিনেমা বঁটা৷ অষ্ট্রেলিয়াত এই ছবি মহোৎসৱ অনুষ্ঠিত হৈছিল৷ উল্লেখ্য যে ‘বেলকনিত ভগৱান’ শীর্ষক ছবিখন পৰিচালনা কৰিছে বিশ্বজিৎ বৰাই৷ ছবিখনৰ প্রযোজক
Category: Assamese News
গুৱাহাটী পৌৰ নিগমত বক্রপথেৰে নিযুক্তি লাভ কৰা ৪০গৰাকীকৈ অস্থায়ী কর্মচাৰীক আজি এক নির্দেশনাযোগে চৰকাৰে চাকৰিৰ পৰা বর্খাস্ত কৰে৷ অস্থায়ীভাৱে নিযুক্তি পোৱা এই ৪০গৰাকী কর্মচাৰীক তদানীন্তন মন্ত্রী সিদ্ধার্থ ভট্টাচার্য আৰু পৌৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকাই বক্রপথেৰে নিযুক্তি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল৷ এই অভিযোগ উত্থাপন হোৱাৰ পিছতে নিযুক্তি প্রক্রিয়াক লৈ তদন্ত কমিটী
বিশ্বনাথ জিলাৰ অসম অৰুনাচল সীমান্তৰ বালিজুৰি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত যোৱা কালি দিনজোৰা কাৰ্যসূচীৰে ৩০ সংখ্যক নেপালী ভাষা মান্যতা দিৱস উদযাপন কৰে। অনুষ্ঠানটিত পতাকা উত্তোলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে মান্যতা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অঞ্চলটোৰ এগৰাকী বিশিষ্ট নাগৰিক গনেশ আমগায়ে। শুভাৰম্ভৰ পিছত কণ কণ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰা সমৱেত সংগীতে উপস্থিত সকলোকে
ভেটাপাৰাত ভাৰাতীয়া হিচাপে থকা লিটন সাহা নামৰ লোকজনে এগৰাকী ১৭ বছৰীয়া কিশোৰীক যৌন নির্যাতন চলোৱাৰ অভিযোগত কালি পাণবজাৰ মহিলা থানাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কোচবিহাৰৰ লিটনে ভেটাপাৰাত ভাৰাতীয়া হিচাপে থাকি ৰাজমিস্ত্রীৰ কাম কৰিছিল৷ ধৃত লিটনে বিগত সাত বছৰ ধৰি কিশোৰীগৰাকীক যৌন নির্যাতন চলাই আহিছিল৷ কিছুদিন পূর্বে ভাৰাঘৰৰ
দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ৰাজ্যৰ ধৰ্মীয় অনুষ্ঠান, সত্ৰ, নামঘৰ, দ’ল-দেৱালয়সমুহৰ দুৱাৰ আজি আংশিকভাৱে মুকলি হৈ পৰিছে ৷ ক’ৰোণাক লৈ ৰাজ্য চৰকাৰে জাৰি কৰা নতুন SOP অনুসৰি আজিৰেপৰা আংশিকভাৱে মুকলি কৰা হৈছে বৰপেটা সত্ৰৰ কীৰ্তনঘৰৰ মুল দুৱাৰ ৷ পৱিত্ৰ ভাদ মাহৰ প্ৰথম দিনটোতেই সত্ৰৰ ৫০ শতাংংশ ভকতৰ বাবে মুকলি হৈ