Category: Assamese News

মানৱ সেৱাৰ পৰিৱৰ্তে কিশোৰী নিৰ্যাতনত সাঙোৰ খাইছে চিকিৎসক

মানৱ সেৱাৰ পৰিৱৰ্তে কিশোৰী নিৰ্যাতনত সাঙোৰ খাইছে চিকিৎসক

সময়ে সময়ে বহু সম্ভ্ৰান্ত লোকৰ ঘৰত নিৰ্যাতিত হৈ আহিছে বনকৰা শিশু তথা কিশোৰ-কিশোৰী ৷ মানৱীয়তাক লজ্জান্বিত কৰা এনে এক ঘটনাই শেহতীয়াকৈ সংঘটিত হৈছে এইখন অসমৰে যোৰহাট জিলাৰ তিতাবৰত ৷ ঘৰত

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে টাইপাৰ ধাৰাবাহিক আন্দোলন ঘোষণা

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে টাইপাৰ ধাৰাবাহিক আন্দোলন ঘোষণা

 টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু আহোম জনগোষ্ঠীক স্বায়ত্ব শাসন প্ৰদানৰ দাবীত অহা ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা ধাৰাবাহিক আন্দোলন ঘোষণা কৰিছে টাই আহোম যুৱ পৰিষদ, অসমে । শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত

লেটেকুপুখুৰীত মাধৱদেৱৰ ৪২৫ সংখ্যক তিৰোভাৱ তিথি পালন

লেটেকুপুখুৰীত মাধৱদেৱৰ ৪২৫ সংখ্যক তিৰোভাৱ তিথি পালন

 আজি পবিত্ৰ ভাদ মাহৰ কৃষ্ণা পঞ্চমী তিথি তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ 425 সংখ্যক তিৰোভাৱ তিথি ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীটো

৪ নৱেম্বৰত মুকলি হ’ব ছুপাৰ মার্কেটৰ উৰণীয়া সেতু

৪ নৱেম্বৰত মুকলি হ’ব ছুপাৰ মার্কেটৰ উৰণীয়া সেতু

যান–জঁটত অতিষ্ঠ মহানগৰবাসীৰ বাবে এটা ভাল খবৰ৷ অহা ৪ নৱেম্বৰত মুকলি হ’ব ছুপাৰ মার্কেটৰ নির্মীয়মাণ উৰণীয়া সেতু৷ দীপাৱলীৰ দিনাই এই উৰণীয়া সেতুখন মুকলি কৰি ৰাইজৰ বাবে উছর্গা কৰিব মুখ্যমন্ত্রী ড০

ৰাজ্যৰ বানপানীৰ সৈতে মোকামিলা কৰিবলৈ সাজু NDRF

ৰাজ্যৰ বানপানীৰ সৈতে মোকামিলা কৰিবলৈ সাজু NDRF

বিগত কিছুদিন ধৰি অসমকে ধৰি চুবুৰীয়া অৰুণাচল প্ৰদেশ আৰু ভুটানত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰ, বৰাককে ধৰি ৰাজ্যখনৰ কেবাখনো নৈ-উপনৈৰ জলস্তৰ বৃদ্ধি পাইছে । আনকি, শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ