Category: Assamese News

টৰেণ্টা ইণ্টাৰনেশ্যনেল উইমেন ফিল্ম ফেষ্টিভেলত জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱালৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান

টৰেণ্টা ইণ্টাৰনেশ্যনেল উইমেন ফিল্ম ফেষ্টিভেলত জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱালৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান

ক’ৰোনা ভাইৰাছৰ সংক্রমণে বিপর্যস্ত কৰা অসমীয়া ছবিজগতলৈ সুখবৰ কঢ়িয়াই আনিছে আইমী বৰুৱাই । অসমৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান ৷ টৰণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত এই সন্মান লাভ কৰিছে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই ৷ ডিমাচা ভাষাৰ ‘ছেমখৰ’ নামৰ ছবিখৰ বাবে আইমীয়ে এই সন্মান লাভ কৰিছে।

অৱশেষত অন্ত পৰিল শ্বীনা বৰা হত্যাকাণ্ডৰ তদন্ত; চিবিআইয়ে বন্ধ কৰিলে তদন্ত প্ৰক্ৰিয়া

অৱশেষত অন্ত পৰিল শ্বীনা বৰা হত্যাকাণ্ডৰ তদন্ত; চিবিআইয়ে বন্ধ কৰিলে তদন্ত প্ৰক্ৰিয়া

 চিবিআইয়ে অৱশেষত চাঞ্চল্যকৰ শ্বীনা বৰা হত্যাকাণ্ডৰ তদন্ত বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বিশেষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি আজি অনুসন্ধানকাৰী সংস্থাটোৱে মুম্বাইৰ এখন বিশেষ আদালতক ২০১২ চনৰ শ্বীনা বৰা হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া সমাপ্ত হৈছে বুলি অৱগত কৰে। ইপিনে, চিবিআইয়ে ইন্দ্ৰাণী মুখাৰ্জী, তেওঁৰ চালক শ্যামবৰ ৰায়, তেওঁৰ প্ৰাক্তন স্বামী সঞ্জীৱ খান্না

পহিলা ছেপ্টেম্বৰৰ পৰা খুলিব আন্তঃজিলা যাতায়াত

পহিলা ছেপ্টেম্বৰৰ পৰা খুলিব আন্তঃজিলা যাতায়াত

তিনি মাহৰো অধিক কাল বন্ধ হৈ থকা আন্তঃজিলা যাতায়াত সম্পূর্ণৰূপে পুনৰ মুকলিৰ বিষয়টো চিন্তাচর্চা কৰিছে ৰাজ্য চৰকাৰে৷ ক’ভিডৰ সংক্রমণ সম্পূর্ণ নিয়ন্ত্রণলৈ আহিলে ৰাজ্যত পুনৰ আন্তঃজিলা যাতায়াত মুকলি হোৱাৰ সম্ভাৱনা আছে৷ বুধবাৰে গোলাঘাট ভ্রমণৰ সময়ত সংবাদ মাধ্যমৰে হোৱা বার্তালাপত এই ইংগিত প্রদান কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এই প্রসংগত সোধা

নলবাৰীৰ ১৯ বছৰীয়া যুৱতী নাৰী সৰবৰাহকাৰী চক্ৰৰ কৱলত

নলবাৰীৰ ১৯ বছৰীয়া যুৱতী নাৰী সৰবৰাহকাৰী চক্ৰৰ কৱলত

নলবাৰী জিলাৰ দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত ২নং কাপলাবড়িৰ এগৰাকী ১৯ বছৰীয়া যুৱতী নাৰী সৰবৰাহকাৰী চক্ৰৰ কৱলত পৰি সম্প্ৰতি ৰাজস্থানত অসহায় জীৱন অতিবাহিত কৰিছে বুলি জানিব পৰা গৈছে ৷ এইকথা আজি সদৰী কৰিছে অসহায় যুৱতী গৰাকীৰ দৰিদ্ৰ পিতৃ-মাতৃয়ে ৷ অসহায় যুৱতী গৰাকীক ৰাজস্থানৰ পৰিয়াল এটিত ১ লাখ ৮০ হেজাৰ টকাত বিক্ৰী

মুকালমুৱাৰ তিনিগৰাকীকৈ ছাত্ৰী গুৱাহাটী উদ্ধাৰ; দেহ ব্যৱসায়ী নাইবা মানৱ অংগৰ সৰবৰাহ কাৰীৰ হাতত পৰাৰ সন্দেহ

মুকালমুৱাৰ তিনিগৰাকীকৈ ছাত্ৰী গুৱাহাটী উদ্ধাৰ; দেহ ব্যৱসায়ী নাইবা মানৱ অংগৰ সৰবৰাহ কাৰীৰ হাতত পৰাৰ সন্দেহ

#ৰামপুৰ জনতা হাইস্কুলৰ তিনিগৰাকী ছাত্ৰীক আন দুগৰাকী ছাত্ৰীয়ে লৈ গৈ থৈ আহিছিল গুৱাহাটীত। #ৰাতি দৌলাশাল আৰক্ষীয়ে পাণ্ডু সদিলাপুৰৰ পৰা উদ্ধাৰ কৰে তিনি গৰাকী ছাত্ৰীক। #যোৱাকালি নিজ বিদ্যালয় জনতা হাইস্কুল ৰামপুৰলৈ আহি ঘৰলৈ ঘূৰি নযোৱাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল দৌলাশাল আৰক্ষী চকীত। #ঘৰত অত্যাচাৰ কৰা বুলি কৈ আশ্ৰয় লৈছিল তিনিওগৰাকী