শুকুৰবাৰে লখিমপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ এনএইচপিচিৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে সংগঠনটো ৷ উল্লেখযোগ্য যে, দীৰ্ঘ দিনৰ পৰা সংগঠনটোৱে এনএইচপিচিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে ৰাইজৰ সহযোগত
Category: Assamese News
অন্ত পৰিল এক প্রচুৰ সম্ভাৱনাৰ৷ দাওদাওকৈ জ্বলি উঠিল চিতাৰ অগ্ণিশিখা৷ সপোনবোৰ সপোন হৈয়ে ৰ’ল৷ ঢ়কুৱাখনাৰ চিৰপ্রবহমান চাৰিকডীয়া নৈৰ পাৰৰ ৰাজহুৱা শ্মশানত জ্বলি উঠা চিতাৰ জুই দেখি ৰ’ব নোৱাৰিলে তেওঁৰ পৰিয়াল,
সদৌ অসম মটৰ পৰিবহণ সংস্থাই ঘোষণা কৰিলেও ৰাজ্যত বাছভাৰা পুনৰ বৃদ্ধি কৰিবলৈ দিয়া নহ’ব বুলি সদৰী কৰিছে পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি পৰিবহণ মন্ত্রীজনে কয়
প্ৰথমে ধৰ্ষণ, তাৰ পিছত চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰা হৈছিল এগৰাকী কিশোৰীক । সোণাৰীৰ টিঙালীবাম চাহ বাগিচাৰ ছয় বছৰীয়া কিশোৰী গৰাকীৰ হত্যাকাণ্ডত জড়িত অপৰাধীয়ে আগবাঢ়াইছে এই বিস্ফোৰক ভাষ্য ।
সময়ে সময়ে বহু সম্ভ্ৰান্ত লোকৰ ঘৰত নিৰ্যাতিত হৈ আহিছে বনকৰা শিশু তথা কিশোৰ-কিশোৰী ৷ মানৱীয়তাক লজ্জান্বিত কৰা এনে এক ঘটনাই শেহতীয়াকৈ সংঘটিত হৈছে এইখন অসমৰে যোৰহাট জিলাৰ তিতাবৰত ৷ ঘৰত