Category: Assamese News

উপ–নির্বাচনঃ গোসাঁইগাঁও, তামুলপুৰ ইউপিপিএলক দিব এৰি

উপ–নির্বাচনঃ গোসাঁইগাঁও, তামুলপুৰ ইউপিপিএলক দিব এৰি

ৰাজ্যত আৰম্ভ হৈছে বিধানসভাৰ উপ–নির্বাচনকেন্দ্রিক্ তৎপৰতা৷ শাসক দল বিজেপি আৰু বিৰোধী দল কংগ্রেছে ইতিমধ্যে উপ–নির্বাচনক লৈ সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে৷ বিজেপিয়ে মিত্রদল ইউপিপিএলৰে আসন বুজাবুজিৰে উপ–নির্বাচনত অৱতীর্ণ হোৱাৰ পৰিকল্পনা কৰাৰ বিপৰীতে কংগ্রেছে এইবাৰ অকলে নির্বাচনত অৱতীর্ণ হোৱাৰ চিন্তা–চর্চা কৰিছে৷ বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই সংবাদ মাধ্যমক জানিবলৈ

পুনৰ মুকলি হৈছে ঐতিহাসিক শিৱদৌলৰ দ্বাৰ

পুনৰ মুকলি হৈছে ঐতিহাসিক শিৱদৌলৰ দ্বাৰ

ক’ভিডে ধাৰণ কৰা ভয়াৱহ ৰূপৰ বাবে শেহতীয়াকৈ তিনিমাহ বন্ধ ৰখাৰ অন্তত পবিত্ৰ ভাদ মাহৰ পহিলা দিনটোৰ পৰা পুনৰ মুকলি কৰা হৈছে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ দ্বাৰ ৷ ৰাজ্য চৰকাৰৰ নতুন ক’ভিড নিৰ্দেশনা আনুসৰি পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন বুধবাৰৰ পৰা ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হৈছে ঐতিহাসিক শিৱদৌলৰ প্ৰৱেশ দ্বাৰ

লণ্ডন অলিম্পিকৰ শিখা দৌৰত অংশগ্ৰহণ কৰা ডিব্ৰুগড়ৰ পিংকী কৰ্মকাৰলৈ ৰাজ্যচৰকাৰৰ নিযুক্তি পত্ৰ

লণ্ডন অলিম্পিকৰ শিখা দৌৰত অংশগ্ৰহণ কৰা ডিব্ৰুগড়ৰ পিংকী কৰ্মকাৰলৈ ৰাজ্যচৰকাৰৰ নিযুক্তি পত্ৰ

লণ্ডন অলিম্পিকত শিখা দৌৰত অংশ গ্ৰহন কৰা ডিব্ৰুগড়ত পিংকী কৰ্মকাৰলৈ ৰাজ্য চৰকাৰ নিযুক্তি প্ৰত্র। দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস দিনাই ৰাজ্যিক মন্ত্ৰী সঞ্জয় কৃষাণে প্ৰদান কৰিলে নিযুক্তি প্রত্ৰ। ২০১২ বৰ্ষত লণ্ডন অলিম্পিকত শিখা দৌৰত অংশ গ্ৰহন কৰা ডিব্ৰুগড় বৰবৰুৱা চাহ বাগিছা পিংকী কৰ্মকাৰ বৰ্তমানৰ জীৱন সংগ্ৰাম তথা জীৱন শৈলীৰ কথা

তৃণমূল কংগ্ৰেছত যোগদান কৰি অসমত দলটোৰ নেতৃত্ব ল’ব সুস্মিতা দেৱে

তৃণমূল কংগ্ৰেছত যোগদান কৰি অসমত দলটোৰ নেতৃত্ব ল’ব সুস্মিতা দেৱে

অসমৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতিৰ লগতে দলটোৰ প্ৰাথমিক সদস্যপদ ত্যাগ কৰে। সোমবাৰে কংগ্ৰেছ দল ত্যাগ কৰা সুস্মিতা দেৱে অচিৰেই তৃণমূল কংগ্ৰেছত যোগদান কৰিব। তেওঁ অসমত তৃণমূল কংগ্ৰেছৰ নেতৃত্ব প্ৰদান কৰিব। এক বিশেষ সূত্ৰই এই তথ্য প্ৰকাশ কৰে । অসমৰ নেত্ৰীগৰাকীয়ে বৰ্তমান পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

Indian Idol-12ৰ খিতাপ জয় উত্তৰাখণ্ডৰ পৱনদীপ ৰাজনৰঃ লাভ কৰিলে ২৫ লাখ টকা আৰু নতুন গাড়ী

Indian Idol-12ৰ খিতাপ জয় উত্তৰাখণ্ডৰ পৱনদীপ ৰাজনৰঃ লাভ কৰিলে ২৫ লাখ টকা আৰু নতুন গাড়ী

 সংগীতৰ অন্যতম শ্ৰেষ্ঠ ৰিয়েলিটি শ্ব’ ইণ্ডিয়ান আইডল চিজন ১২ৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে উত্তৰাখণ্ডৰ পৱনদীপ ৰাজনে (Pawandeep Rajan)। লগতে প্ৰথম ৰানাৰ-আপ হৈছে অৰুণিতা কাঞ্জিলাল (Arunita Kanjilal)। বিজয়ী পৱনদীপ ৰাজনক এটা ট্ৰফী, ২৫ লাখ টকাৰ পুৰস্কাৰ আৰু এখন নতুন গাড়ী প্ৰদান কৰা হয়। পশ্চিম বংগৰ অৰুণিতা কাঞ্জিলাল কঠিন যুঁজৰ পিছতো দ্বিতীয়