Category: Assamese News

চিৰাঙৰ বাসুগাঁওত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ (নগৰ) গৃহ প্ৰৱেশ সমাৰোহৰ উদ্ঘাটন

চিৰাঙৰ বাসুগাঁওত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ (নগৰ) গৃহ প্ৰৱেশ সমাৰোহৰ উদ্ঘাটন

শুকুৰবাৰে বাসুগাঁও পৌৰসভাৰ তত্বাৱধানত সম্পূৰ্ণ হোৱা প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ আৱাস গৃহ প্ৰৱেশ অনুষ্ঠানৰ উদ্ঘাটন কৰে বিটিচিৰ নৱ মনোনীত পৰিষদীয় সদস্য তথা নগৰ উন্নয়ন বিভাগৰ কাৰ্যবাহী সদস্য উইলছন হাচদা আৰু নৱ নিৰ্বাচিত পৰিষদীয় সদস্য সাইখং বসুমতাৰীয়ে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত সৰ্বমুঠ দুই কৌটি

মুখ্যমন্ত্রীয়ে বিধানসভাত ভাষণ দি থকাৰ মূহুৰ্তত ঘোৰ টোপনিত বিধায়ক অখিল গগৈ

মুখ্যমন্ত্রীয়ে বিধানসভাত ভাষণ দি থকাৰ মূহুৰ্তত ঘোৰ টোপনিত বিধায়ক অখিল গগৈ

 আজি মুখ্যমন্ত্রীয়ে বিধানসভাত ভাষণ দি থকাৰ মূহুৰ্তত কেমেৰাত বন্দি হ’ল টোপনিত লালকাল অৱস্থাত বিধায়ক অখিল গগৈ। চলিত বিধানসভাত প্ৰতিটো বিষয়তে সদায়ে সক্ৰিয় হৈ থকা শিৱসাগৰৰ বিধায়ক অখিল গগৈ আজি ঘোৰ টোপনিত। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সীমা সমস্যা সন্দৰ্ভত সদনত ভাষণ প্ৰদান কৰিছিল। কিন্তু এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰীৰ ভাষণ

অখিলে নহয়, কংগ্রেছৰ নেতা কর্মীয়ে নির্ধাৰণ কৰিব কংগ্রেছৰ ভৱিষ্যৎ

অখিলে নহয়, কংগ্রেছৰ নেতা কর্মীয়ে নির্ধাৰণ কৰিব কংগ্রেছৰ ভৱিষ্যৎ

ৰাইজৰ দলৰ সভাপতি, বিধায়ক অখিল গগৈৰ ভূমিকাত ক্ষুব্ধ হৈ পৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা৷ বিধায়ক গগৈয়ে এহাতে কংগ্রেছৰে মিত্রতাৰ বাবে আগবাঢ়ি আহি এআইইউডিএফৰে কংগ্রেছে মিত্রতা অব্যাহত ৰাখিলে অহা ১০০ বছৰলৈ অসমত কংগ্রেছ দল ক্ষমতালৈ আহিব নোৱাৰিব বুলি কৰা মন্তব্যৰ বাবেই প্রদেশ কংগ্রেছৰ সভাপতি বৰা ক্ষুণ্ণ হৈ পৰিছে৷ বৃহস্পতিবাৰে গুৱাহাটীত

প্ৰসংগ ১০ কোটি! আমিনুল ইছলামৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব অখিল গগৈয়ে

প্ৰসংগ ১০ কোটি! আমিনুল ইছলামৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব অখিল গগৈয়ে

সদ্যসমাপ্ত বিধানসভা নির্বাচনৰ পূর্বেই এআইইউডিএফক নিজ দলক আগবঢ়াই নিয়াৰ বাবে ১০ কোটি টকা অখিল গগৈয়ে বিচৰা বুলি শেহতীয়াকৈ বিধায়ক আমিনুল ইছলামে অনা অভিযোগক কেন্দ্র কৰি চলি থকা বিতর্কৰ মাজতে আজি এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব বুলি মন্তব্য কৰে অখিল গগৈয়ে। বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰা হ’ব

খানাপাৰাত ৭৫সংখ্যক স্বাধীনতা দিৱসৰ প্রস্তুতি তুংগত

খানাপাৰাত ৭৫সংখ্যক স্বাধীনতা দিৱসৰ প্রস্তুতি তুংগত

খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্রীয়ভাৱে অনুষ্ঠিত হ’বলগীয়া ৭৫সংখ্যক স্বাধীনতা দিৱসৰ প্রস্তুতি তুংগত উঠিছে৷ আৰক্ষী, অর্ধসামৰিক বাহিনীয়ে খেলপথাৰখনত পেৰেডৰ অনুশীলনত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে৷ ১৫ আগষ্টৰ পুৱা ৯ বজাত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া ৭৫সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্রীয় পতাকা উত্তোলন কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ স্বাধীনতা