কৰ্ণাটক চৰকাৰে মঙলবাৰে আইটি কোম্পানীসমূহক বেংগালুৰু মেট্ৰ’ নিৰ্মাণ কাৰ্যৰ বাবে আউটাৰ ৰিং ৰোডৰ যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি ডিচেম্বৰ-২০২২ লৈকে ঘৰৰ পৰায়ে কাম কৰিবলৈ আহ্বান জনায়। নেচনেল এছ’চিয়েশ্যন অৱ ছফ্টৱেৰ এণ্ড
Category: Assamese News
ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ধেমাজি কাণ্ডৰ ভুক্তভোগী নন্দিতা শইকীয়া ৷ চহৰখনৰ মাজ-মজিয়াত ধেমাজি মৰিঢল মহাবিদ্যালয়ৰ এজন কৰ্মচাৰীৰ বৰ্বৰ আক্ৰমণত মগজুত গুৰুতৰভাৱে আঘাত পাইছিল একেখন মহাবিদ্যালয়ৰে
হোজাই জিলাৰ লংকাৰ লস্কৰ পথাৰত এগৰাকী নাবালিকাৰ ধৰ্ষণৰ লগত জড়িত থকাৰ অভিযাগত হোজাই জিলা আৰক্ষীয়ে মঙলবাৰে এজন যুৱকক আটক কৰে ৷ ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে প্ৰায় এসপ্তাহ ধৰি ধৰ্ষণৰ এই ঘটনাক
‘আমি অকল চাকৰিমুখী হ’লেই নহ’ব৷ আমি কর্ম কৰিব লাগিব৷ আমি কর্ম–সংস্কৃতি জীয়াই ৰাখিব লাগিব৷ মা–দেউতাক শ্রদ্ধা কৰিব লাগিব৷’– এই ভাষ্য বিটিচিৰ মুখ্য কার্যবাহী প্রমোদ বড়োৰ৷ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এটা
অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগ Social Welfare Department, Assam)ত খালী হৈছে ১২টা পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই জনসংযোগ বিভাগৰ জৰিয়তে এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ