ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্চিং হোমত চিকিৎসাধীন হৈ আছে ধেমাজিৰ মৰিধল মহিবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া ৷ সম্প্ৰতি ছাত্ৰী গৰাকী সংকটজনক অৱস্থাত ক’মাত আছে বুলি জানিব পৰা গৈছে । পূৰ্বৰ দৰেই সোমবাৰেও
Category: Assamese News
ধুবুৰীৰ এগৰাকী বিশেষভাৱে সক্ষম অসহায় যুৱতীক অপহৰণ কৰি নি ভাড়া ঘৰত ৰাখি উপৰ্যুপৰি ধৰ্ষণ কৰাৰ এক ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ধুবুৰীত। স্থানীয় লোকে সদৰি কৰা মতে, ধুবুৰীৰ ধৰ্মশালা অঞ্চলৰ
কেৱল আইআইটিৰ দৰে মৰ্যদা পূৰ্ণ প্ৰযুক্তি প্ৰতিষ্ঠানৰ ছাত্ৰ হোৱা বাবেই ধৰ্ষণৰ দৰে ঘৃণনীয় অপৰাধত অভিযুক্ত হৈও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অনুকম্পা বুটলা কাৰ্যই চকু কপালত তুলিছে সচেতন নাগৰিকৰ । উল্লিখিত
ৰাজ্যত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নাৰী সুৰক্ষাৰ কথা কৈ থকা সময়তে ধেমাজিত যুৱকৰ দাৰ ঘাপত ছাত্ৰীৰ সংকটজনক অৱস্থাৰ সৃষ্টি হ’ল ৷ শনিবাৰে, ধেমাজিৰ মৰিধল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়াক একেখন কলেজৰে
খাৰঘুলিৰ ৰিভেৰিয়া এপার্টমেণ্টত ক’কেইনৰ পার্টী কৰা ঘটনাৰ বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ কালি লতাশিল আৰক্ষীয়ে বিল্ডাৰ বিকাশ জৈন, অশোক বর্মন আৰু চয়ন শইকীয়াক জিম্মাত লৈ তিনিওকে মাৰাথন জেৰা অব্যাহত ৰাখিছে৷