ন্যায্য প্রাপ্যৰ দাবীত বুধবাৰে মহানগৰীৰ বেজবৰুৱা চ’ক (গুৱাহাটী ক্লাব ৰ’টাৰী)ত সদৌ অসম মধ্যাহ্ণ ভোজন কর্মচাৰীৰ বেনাৰত ৰন্ধন কর্মচাৰীসকলে প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদী কার্যসূচীৰ অন্তত ৰাজ্য চৰকাৰলৈ প্রেৰণ কৰা অনুৰোধ তথা স্মাৰক–পত্রত কোৱা হয় যে বকেয়া মাননি শীঘ্রে আদায় দিয়া, বাজেটত ৰন্ধন কর্মচাৰীৰ মাননি বৃদ্ধি কৰা, ঘোষিত নূ্যনতম মজুৰিৰ ভিত্তিত ৰন্ধন
Category: Assamese News
ৰাজ্যৰ প্রি–ছিনিয়ৰ আৰু ছিনিয়ৰ মাদ্রাছাসমূহ সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ পাছত মাদ্রাছা টেট উত্তীর্ণ কোনো প্রার্থীক শিক্ষক পদত নিযুক্তি দিয়া নহয়৷ বৃহস্পতিবাৰে এই কথা বিধানসভাত স্পষ্ট কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ প্রশ্ণোত্তৰকালত এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে উত্থাপন কৰা এক প্রশ্ণৰ উত্তৰ প্রদান কৰি শিক্ষামন্ত্রীগৰাকীয়ে কয় যে যিহেতু মাদ্রাছাসমূহ সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰ
মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ অন্তৰ্গত উদয়পুৰ লং টং স্থিত ঐতিহাসিক ষ্টীলৱেল পথৰ কাষতেই অৱস্থিত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰাণ আহুতি দিয়া বীৰ সৈনিক সকলৰ সমাধি ক্ষেত্ৰ। অসম চৰকাৰৰ পৰ্যটন বিভাগ আৰু জনপ্ৰতিনিধিৰ অমনোযোগিতাৰ বাবেই ধ্বংসৰ দিশে গতি কৰিছে ইতিহাস প্ৰসিদ্ধ এই সমাধিক্ষেত্ৰখন। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰাণ হেৰোৱা সৈনিক সকলক সমাধিস্থ কৰা এই
শক্তি আৰু পৰিবহণ খণ্ডত জৈৱিক ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ কেবিনেটে অনুমোদন জনাইছে অসম ইথানল উৎসাহন নীতিত৷ ২০২৩ চনৰ ভিতৰত পেট্র’ল–ডিজেলত ২০ শতাংশ ইথানল মিশ্রিত কৰি বিক্রী কৰাৰ বাবে লক্ষ্য বান্ধি লোৱা এই নীতিৰ অধীনত নতুনকৈ ইথানল প্রস্তুত প্রকল্প স্থাপনৰ বাবে আগ্রহীসকলক উৎসাহিত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্রদান
পেট্ৰল, ডিজেলকে ধৰি ইন্ধন জাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ আহ্বানত সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাই সাপেখাতী বজাৰ তিনিআলিত আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । হাতে হাতে প্লে-কাৰ্ড লৈ আছু কৰ্মী সকলে পেট্ৰল, ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাত চূড়ান্ত ভাৱে