#Breaking: কথমপি প্ৰাণৰক্ষা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ

0 min read

◾️ কথমপি প্ৰাণৰক্ষা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ
◾️ আকাশমাৰ্গতে যান্ত্ৰিক বিজুতি চলন্ত হেলিকপ্টাৰৰ
◾️ বৰঝাৰৰ পৰা তামুলপুৰলৈ উৰা মাৰিছিল কেশৱ মহন্ত
◾️ উৰন্ত অৱস্থাতে যান্ত্ৰিক বিজুতি ঘটে হেলিকপ্টাৰখনৰ
◾️ হেলিকপ্টাৰখনত আছিল কেশৱ মহন্তসহ ৫জন লোক
◾️ বৰঝাৰ বিমানবন্দৰত জৰুৰী অবতৰণ হেলিকপ্টাৰখনৰ

You May Also Like

More From Author