গ্রামাঞ্চলত এতিয়াৰে পৰা গৃহ নির্মাণৰ বাবে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ অনুমতিৰ আৱশ্যক হ’ব৷ একমাত্র অনুমতিয়েই নহয়, গৃহ নির্মাণৰ বাবে নির্দিষ্ট মাচুলো আদায় দিব লাগিব৷ উল্লেখ্য যে বুধবাৰে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে আনুষ্ঠানিকভাৱে মুকলি কৰিলে এখন আদর্শ নাগৰিক চনদ৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী ৰঞ্জিত কুমাৰ দাসে আনুষ্ঠানিকভাৱে মুকলি কৰে এই নাগৰিক
Category: Assamese News
চি বি এছ ইৰ দশম শ্রেণীৰ ফলাফল ঘোষণা কৰা হৈছে৷ ক’ৰোনাৰ বাবে বাতিল কৰা পৰীক্ষাৰ ফলাফল আজি নতুন মূল্যায়ন পদ্ধতিৰে ঘোষণা কৰিছে চি বি এছ ইয়ে৷ আজি ঘোষিত ফলাফল অনুসৰি উত্তীর্ণৰ হাৰ ৯৯.০৪ শতাংশ৷ দেশৰ ১৬টা মণ্ডলৰ ভিতৰত ত্রিবান্দ্রমত সর্বাধিক ৯৯.৯৯ শতাংশ উত্তীর্ণ হোৱাৰ বিপৰীতে উত্তৰ–পূব গুৱাহাটী মণ্ডলত সর্বনিম্ন ৯০.৫৪
উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত শেহতীয়া ফলাফলত অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা | ৯-১৬ আগষ্টলৈ অনলাইন প্ৰ-পত্ৰ পূৰণ সংশ্লীষ্ট শিক্ষানুষ্ঠানত পাব বিতং তথ্য পৰীক্ষাত অৱতীৰ্ণই পাব নতুন মূল্যায়ন আধাৰিত মাৰ্কশ্বীট| জমা দিব লাগিব বৰ্তমানৰ মাৰ্কশ্বীট সকলো (নিয়মীয়া, বেটাৰমেণ্ট, প্ৰাইভেট) পৰীক্ষাৰ্থীৰ বাবে মুকলি এই সুবিধা |
য়ো য়ো হানী সিঙৰ বিৰুদ্ধে আদালতত গোচৰ পত্নী শালিনী তলৱাৰৰ, ঘৰুৱা হিংসাৰ অভিযোগ তুলিছে। Case filed against Bollywood singer & actor ‘Yo Yo Honey Singh (Hirdesh Singh) by his wife Shalini Talwar under the Protection of Women from Domestic Violence Act. Delhi’s Tis Hazari Court has issued notice to the
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ সভাকক্ষৰ পৰা ভিডি’ কনফাৰেঞ্চযোগে ৰাজ্যৰ ডপায়ুক্তসকলৰ সৈতে জলজীৱন মিছনৰ কাম–কাজৰ অগ্রগতিৰ বুজ লয়৷ মুখ্যমন্ত্রীয়ে প্রতিখন জিলাত ৰূপায়িত আঁচনিখনৰ সবিশেষ পর্যালোচনা কৰে৷ ভিডিঅ’ কনফাৰেঞ্চৰ সময়ত উপায়ুুক্তসকলে নিজ নিজ জিলাত ৰূপায়িত হৈ থকা আঁচনিখনৰ কাম–কাজৰ অগ্রগতিৰ বিষয়ে মুখ্যমন্ত্রীক অৱগত কৰে৷ বৈঠকত মুখ্যমন্ত্রীয়ে কয়