অসম চৰকাৰৰ পৰিবহণ বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞা) কার্যালয়ে ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে চলি থকা সান্ধ্য আইন, লকডাউন আৰু ৰোগৰ ভয়াৱহতা সত্ত্বেও চলিত ২০২১–২২ বিত্তীয় বর্ষৰ এপ্রিলৰ পৰা জুলাইলৈ ৫৮,০৭,৭৪,২২২ টকাৰ ৰাজহ সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ জিলা পৰিবহণ বিষয়া গৌতম দাসে সদৰী কৰা
Category: Assamese News
সদৌ অসম বেচৰকাৰী নৈশ বাছ চালক সকলে গুৱাহাটীৰ ISBTত এখন সবল কমিটি গঠন কৰে। সদৌ অসম বেচৰকাৰী দিবা নৈশ বাছ চালক সন্থা নামেৰে বাছ চালক সকলে এটা সংগঠনৰ জন্ম দিয়ে। চালকসকলৰ অভাৱ অভিযোগ, শোষণ, প্ৰাপ্য মজুৰি আৰু দৰমহা আদিৰ এক সমাধানৰ বাবেই এই সংগঠনৰ জন্ম। অনাগত দিনত বাছৰ মালিকসকলক সাঙুৰি
গ্রামাঞ্চলত এতিয়াৰে পৰা গৃহ নির্মাণৰ বাবে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ অনুমতিৰ আৱশ্যক হ’ব৷ একমাত্র অনুমতিয়েই নহয়, গৃহ নির্মাণৰ বাবে নির্দিষ্ট মাচুলো আদায় দিব লাগিব৷ উল্লেখ্য যে বুধবাৰে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে আনুষ্ঠানিকভাৱে মুকলি কৰিলে এখন আদর্শ নাগৰিক চনদ৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী ৰঞ্জিত কুমাৰ দাসে আনুষ্ঠানিকভাৱে মুকলি কৰে এই নাগৰিক
চি বি এছ ইৰ দশম শ্রেণীৰ ফলাফল ঘোষণা কৰা হৈছে৷ ক’ৰোনাৰ বাবে বাতিল কৰা পৰীক্ষাৰ ফলাফল আজি নতুন মূল্যায়ন পদ্ধতিৰে ঘোষণা কৰিছে চি বি এছ ইয়ে৷ আজি ঘোষিত ফলাফল অনুসৰি উত্তীর্ণৰ হাৰ ৯৯.০৪ শতাংশ৷ দেশৰ ১৬টা মণ্ডলৰ ভিতৰত ত্রিবান্দ্রমত সর্বাধিক ৯৯.৯৯ শতাংশ উত্তীর্ণ হোৱাৰ বিপৰীতে উত্তৰ–পূব গুৱাহাটী মণ্ডলত সর্বনিম্ন ৯০.৫৪
উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত শেহতীয়া ফলাফলত অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা | ৯-১৬ আগষ্টলৈ অনলাইন প্ৰ-পত্ৰ পূৰণ সংশ্লীষ্ট শিক্ষানুষ্ঠানত পাব বিতং তথ্য পৰীক্ষাত অৱতীৰ্ণই পাব নতুন মূল্যায়ন আধাৰিত মাৰ্কশ্বীট| জমা দিব লাগিব বৰ্তমানৰ মাৰ্কশ্বীট সকলো (নিয়মীয়া, বেটাৰমেণ্ট, প্ৰাইভেট) পৰীক্ষাৰ্থীৰ বাবে মুকলি এই সুবিধা |