Category: Assamese News

১৬ আগষ্টৰ পৰা খোলা হ’ব আন্তঃজিলা যাতায়ত

১৬ আগষ্টৰ পৰা খোলা হ’ব আন্তঃজিলা যাতায়ত

ক’ভিডক লৈ চৰকাৰৰ নতুন নিৰ্দেশনা। ১৬ আগষ্টৰ পৰা ৰাজ্যত খুলিব আন্তঃজিলা যাতায়াত। আজি এই ঘোষণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, “সকলো জিলাতে ৪ বজালৈকে দোকান খুলিব পাৰিব আৰু ৫ বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হ’ব। ইপিনে কন্টেইনমেন্ট জিলা গোলাঘাট আৰু লখিমপুৰত শিথিল সান্ধ্য আইন। ১ বজালৈ

মনোজ বাজপেয়ীৰ সৈতে অভিনয় কৰিব অসম কন্যা উৰ্মিলা মহন্ত

মনোজ বাজপেয়ীৰ সৈতে অভিনয় কৰিব অসম কন্যা উৰ্মিলা মহন্ত

ৰেঞ্চিল ডি’চিলভাৰ দ্বাৰা পৰিচালিত নতুন ছবি ডায়েল ১০০ (Dial 100) ত বলীউড অভিনেতা মনোজ বাজপেয়ীৰ সৈতে অভিনয় কৰিব সুদক্ষ অভিনেত্ৰী তথা অসম কন্যা উৰ্মিলা মহন্তই। ৬ আগষ্টৰ পৰা ডিজিটেল প্লেটফৰ্ম জি-৫(Zee5)ত প্ৰিমিয়াৰ হ’বলগীয়া ছবিখনত নীনা গুপ্তা আৰু সাক্ষী তানৱাৰেও মুখ্য চৰিত্ৰত অভিনয় কৰিছে। এক টুইটযোগে এখন পোষ্টাৰ শ্বেয়াৰ কৰি অভিনেত্ৰী

লাফিকুল ইছলামৰ হত্যাকাৰীৰ নাম-ফটো প্ৰকাশ CBIৰ

লাফিকুল ইছলামৰ হত্যাকাৰীৰ নাম-ফটো প্ৰকাশ CBIৰ

লাফিকুল ইছলামৰ হত্যাকাৰীৰ নাম-ফটো প্ৰকাশ CBIৰ। কোকৰাঝাৰৰ ৰূপা ব্ৰহ্ম ওৰফে কেজেং ব্ৰহ্ম ওৰফে ৰমেশ ব্ৰহ্ম। কোকৰাঝাৰৰ বিছমূৰীৰ দিংকুৰ মুছাহাৰী ওৰফে দাও। কোকৰাঝাৰৰ কঁঠালমূৰীৰ ভদ্ৰেশ্বৰ বসুমতাৰী ওৰফে ভদ্ৰে। লাফিকুল ইছলামক কোকৰাঝাৰত গুলীয়াই হত্যা কৰিছিল ৩ দুৰ্বৃত্তই। ABMSUৰ সভাপতি আছিল লাফিকুল ইছলাম। ২০১৭ চনৰ ১ আগষ্টত গুলীয়াই হত্যা কৰিছিল লাফিকুলক। ৩ হত্যাকাৰীৰ

ভাৰতীয় মহিলা হকী দল: ছেমিত প্রৱেশেৰে ইতিহাস ৰচিলে

ভাৰতীয় মহিলা হকী দল: ছেমিত প্রৱেশেৰে ইতিহাস ৰচিলে

আজি ভাৰতীয় মহিলা হকী দলটো কোৱার্টাৰ ফাইনেলত অষ্ট্রেলিয়াৰ মুখামুখি হৈছিল৷ গ্রুপ পর্যায়ত আয়াৰলেণ্ড আৰু দক্ষিণ আফ্রিকাক পৰাস্ত কৰি সুদীর্ঘ ৪১ বছৰৰ প্রতীক্ষাৰ অন্তত অলিম্পিকৰ কোৱার্টাৰ ফাইনেলত প্রৱেশ কৰা দলটোৱে অষ্ট্রেলিয়াক পৰাস্ত কৰি প্রথমবাৰৰ বাবে ছেমিফাইনেলত প্ৰৱেশ  কৰিছে৷ গ্রুপ পর্যায়ৰ প্রথম তিনিখন মেচত নেদাৰলেণ্ডছ, জার্মানী আৰু ডিফেণ্ডিং চেম্পিয়ন গ্রেট ব্রিটেইনৰ হাতত