জাবৰ পেলোৱাক লৈ নগাঁৱৰ কাছমাৰীত স্থানীয় ৰাইজে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ । বুধবাৰেই আৰক্ষীৰ সহযোগত নগাঁও পৌৰসভাৰ ৮ খন গাড়ীয়ে কাছমাৰীৰ শিমলুগুৰিৰ আদৰ্শ গাঁৱৰ কাষত থকা হুগলতলি ৰিজাৰ্ভত চহৰখনৰ বিভিন্ন
Category: Assamese News
ৰাজ্যৰ নিবনুৱা আৰু চৰকাৰী চাকৰিয়ালসকলৰ বাবে সুখবৰ আনিছে ৰাজ্যিক কেবিনেটে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকে ১ লাখ নিবনুৱা যুৱক–যুৱতীক নিযুক্তি প্রদানৰ
বিটিআৰ প্ৰধান প্ৰমোদ বড়োই জনতাৰ মৰ্মবেদনা বুজি সমস্যা সমূহ সমাধানৰ বাবে বিটিআৰৰ ই মূৰৰ পৰা সি মূৰলৈ দিনে নিশাই পৰিদৰ্শন কৰিছে৷ প্ৰমোদ বড়োই ৰাইজৰ ওচৰত গৈ দৰিদ্ৰ লোকক লগ কৰি
চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড প্ৰত্যাহাৰৰ দাবীত ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চই অব্যাহত ৰাখিছে ধাৰাবাহিক প্ৰতিবাদ ৷ চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড প্ৰত্যাহাৰৰ সিদ্ধান্ত চাৰকাৰীভাৱে ঘোষণা নকৰা পৰ্যন্ত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে
অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মুল্যবৃদ্ধি(Price Hike)ৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিবাদ(Protest) অব্যাহত ৰাখিছে বিৰোধী দল কংগ্ৰেছৰ লগতে ৰাজ্যৰ বিভিন্ন দল-সংগঠনসমূহে ৷ বুধবাৰে টীয়কত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থা(AASU)ই